নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতীক্ষাৰ অন্তঃ মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’

মুক্তিৰ প্ৰথম দিনটোতেই গুৱাহাটী মহানগৰত এই বহুল প্ৰত্যাশিত ছবিখনৰ প্ৰায় ১৮০টা দৰ্শনী অনুষ্ঠিত হ’ব।

দীর্ঘ প্ৰতীক্ষাৰ অন্তত জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ আজি পুৱতি নিশাৰে পৰা ৰাজ্যজুৰি মুক্তি লাভ কৰিছে।

গুৱাহাটী বেলতলাৰ মেট্ৰিক্স ছবিগৃহত পুৱা ৪ বজাৰ ২৫ মিনিটত আৰম্ভ হয় প্ৰথম দৰ্শনী, যি জুবিন অনুৰাগীৰ বাবে এক অনুভৱনীয় মুহূৰ্ত।

আজিৰে পৰা ৰাজ্যৰ সকলো ছবিগৃহত কেৱল ‘ৰৈ ৰৈ বিনালে’ চলিব।

মুক্তিৰ প্ৰথম দিনটোতেই গুৱাহাটী মহানগৰত এই বহুল প্ৰত্যাশিত ছবিখনৰ প্ৰায় ১৮০টা দৰ্শনী অনুষ্ঠিত হ’ব।

ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ

You might also like