নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইৰ বিৰুদ্ধে ১৩জন খেলুৱৈ ব্যৱহাৰ কৰি বিতর্কত মুম্বাই ইণ্ডিয়ানছ

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে বৃহস্পতিবাৰে খেলা আইপিএলৰ মেচখনত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ মেচখনত হার্দিক পাণ্ডিয়া বাহিনীয়ে ১৩জন খেলুৱৈক খেলপথাৰত প্রৱেশ কৰাইছিল৷ বিশ্বাস কৰিব…

শ্বিলঙত সন্ধান ওলাল নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ

ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল : ওৰ পৰিল জল্পনা-কল্পনাৰ। অৱশেষত শ্বিলঙত সন্ধান পোৱা গ’ল গুৱাহাটীৰ পৰা নিখোঁজ হোৱা ভাৱনা শৰ্মাৰ। শুকুৰবাৰে পৰিয়াললৈ বিপদত পৰাৰ বাৰ্তা প্ৰেৰণ কৰি সন্ধানহীন হোৱা গুৱাহাটীৰ স্কুল শিক্ষয়িত্ৰী ভাৱনা শৰ্মা শ্বিলঙৰ প’ল’…

কলিয়াবৰৰ ৰাঙলুত নিশা ভয়াৱহ পথ দুৰ্ঘটনা, দুজন নিহত

ডিজিটেল ডেস্ক, নগাঁও, ২৫ এপ্ৰিল : কলিয়াবৰৰ ৰাঙলুত নিশা প্ৰায় ১০.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু ছুইফটৰ মাজত প্ৰচণ্ড সংঘৰ্ষত ছুইফটখনৰ চালকসহ দুজন লোক নিহত হয়। ভয়াৱহ দুৰ্ঘটনাটোত মহিলা, শিশুসহ তিনিজন আহত হয়। নিহত দুজন ক্ৰমে …

সাত দিনৰ পিছত ট্রাম্পক ‘নিৰস্ত্র কৰিব’ ছিনেটে

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : ইতিৰেখা পৰিবলৈ ওলাইছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ইৰান জয়ৰ স্বপ্নত৷ মধ্যপ্রাচ্যৰ যুদ্ধ ৰোধ কৰিবলৈ ট্রাম্পৰ হাতৰ পৰা অস্ত্র কাঢ়ি নিব পাৰে মার্কিন ছিনেটে৷ জানিব পৰা মতে, এই যুদ্ধখন চলাই যাবলৈ ট্রাম্পৰ হাতত…

কোহলিৰ দৰ্শনীয় প্ৰদৰ্শনেৰে গুজৰাটক ৫ উইকেটত পৰাস্ত বেংগালুৰুৰ

ডিজিটেল ডেস্ক, ২৫ এপ্রিল : বিৰাট কোহলি–দেৱদূত পাড়িকালৰ অর্ধশতকত ম্লান হৈ পৰিল সাই সুদর্শনৰ শতক৷ চলিত আইপিএলৰ শুকুৰবাৰে বেংগালুৰুত অনুষ্ঠিত গুৰুত্বপূর্ণ মেচখনত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত…

তামুলপুৰ-নাগ্ৰীজুলি পথত ভয়াৱহ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে বিহুৱতীয়ে

ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল : তামুলপুৰ-নাগ্ৰীজুলি পথৰ নোৱাখাটত নিশা সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। নলবাৰীৰ 'ভাস্কৰজ্যোতি বিহু হুঁচৰি দল'-এ এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা…

সম্পাদকীয় : যুদ্ধৰ পাৰিপার্শ্বিক বিপর্যয়

সাম্প্রতিক সময়ত বিশ্বৰ প্রাণীকুলৰ মাজত এক অন্যতম জ্বলন্ত সমস্যা হ’ল পাৰিপার্শ্বিক বিপর্যয়৷ পাৰিপার্শ্বিক বিপর্যয় এনে এক গুৰুতৰ সমস্যা, যিয়ে সমগ্র বিশ্বৰে ভৱিষ্যতৰ সন্মুখত এক অশনি সংকেত৷ লক্ষণীয় কথাটো হ’ল যে পাৰিপার্শ্বিকতাৰ বিপর্যয়ৰ মূল…

২৫ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ এপ্রিল, ব’হাগ মাহৰ ১১ তাৰিখ শনিবাৰ : তিথি–শুক্লা নৱমী, নক্ষত্র : আর্দ্রা, যাত্রা : নাই মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ বিনিয়োগ কৰোঁতে সাৱধান৷ শুভ ৰং…

আম আদমী পাৰ্টী এৰিলে ৰাঘৱ চাদ্ধাই; শীঘ্ৰেই যোগ দিব বিজেপিত

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : দেশৰ ৰাজনীতিত জোকাৰণি তুলি শুকুৰবাৰে আম আদমী পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাই দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ দলত্যাগত দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে…

৮ বছৰৰ অপেক্ষাৰ অন্তত অভি-নীল কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা

ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : অৱশেষত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ড গোচৰৰ দোষী সাব্যস্তৰ শাস্তি ঘোষণা কৰিলে। ৮ বছৰীয়া অপেক্ষাৰ অন্তত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়াৰ পিছত আজি নগাওঁ জিলা সত্ৰ ন্যায়াধীশ…