নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহজ জয় ছানৰাইজার্ছৰ, তৃতীয় পৰাজয় দিল্লী কেপিটেলছৰ

অভিষেক শর্মাৰ বিস্ফোৰক অপৰাজিত শতকেৰে গুৰুত্বপূর্ণ জয় ছানৰাইজার্ছ হায়দৰাবাদৰ৷ চলিত আইপিএলৰ হায়দৰাবাদত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ঘৰুৱা দল হায়দৰাবাদে দিল্লী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে৷ হায়দৰাবাদৰ এয়া আছিল ক্রমাগত তৃতীয় জয়৷ দলটোৱে…

সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা আৰু অসমীয়া ভাষা

বিশ্বৰ প্রযুক্তি জগতত এই সময়ত সবাতোকৈ বেছি আলোচনা হোৱা বিষয়টো হৈছে কৃত্রিম বুদ্ধিমত্তা৷ চাটজিপিটি, গুগল জেমিনি, কো–পাইলট আদিৰ দৰে আহিলাসমূহে মাত্র কেইটামান বছৰৰ ভিতৰতে মানুহৰ কাম–কাজ, শিক্ষা, স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু সৃজনশীল…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ এপ্রিল, ব’হাগ মাহৰ ৮ তাৰিখ বুধবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : ভৰণী, যাত্রা : মধ্যম মেষ : আজি আর্থিক দিশত বাধা পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত সাৱধান৷ খৰচ বাঢ়িব৷ শৰীৰ শুভ৷ প্রেমত আনন্দ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷ বৃষ : আজি…

সোণতলীত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ, শ শ বিঘা কৃষিভূমি নষ্ট

নিয়মীয়া বাৰ্তা, সোণতলী, ২১ এপ্ৰিল : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী আৰু ৰাংগাপানী অঞ্চলত যোৱানিশাৰ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰে৷ জানিব পৰা মতে, যোৱানিশা বৃহত্তৰ সোণতলী, ৰাংগাপানী অঞ্চলত এজাক…

মহিলাৰ সুৰক্ষাক লৈ মমতা বেনাৰ্জীক সমালোচনা গৃহমন্ত্ৰীৰ

গৃহমন্ত্ৰী অমিত শ্বাহে আচানচোলৰ কুলটি অঞ্চলত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি সমগ্ৰ পশ্চিম বংগত মহিলাসকলৰ সুৰক্ষাৰ অৱস্থা লৈ তীব্ৰ সমালোচনা কৰে। তেওঁ ভাষণত কয় যে সমগ্ৰ পশ্চিম বংগত মাতৃ-ভগ্নীসকলৰ সুৰক্ষা নিশ্চিত নহয় আৰু এই বিষয়ত…

তামিলনাডু-পশ্চিম বংগত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

তামিলনাডুৰ ২৩৪খন বিধানসভা আসনৰ লগতে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ১৫২খন আসনৰ বাবে আজি সন্ধিয়া ৫ বজাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, প্ৰচাৰৰ অন্তিম সময় সমাপ্ত হোৱাৰ পাছত কোনো ৰাজনৈতিক দল বা…

IPL-2026 : জয়ৰ হেটট্ৰিকৰ লক্ষ্য SRH-ৰ, চতুৰ্থ জয়ৰ সন্ধানত DC

চলিত আইপিএলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু দিল্লী কেপিটেলছৰ মাজত এখন ৰোমাঞ্চকৰ মেচ অনুষ্ঠিত হ’ব। সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। বৰ্তমান পইণ্ট টেবুলত দুয়োটা দলেই ৬-৬ পইণ্ট লৈ সমান অৱস্থাত আছে। উন্নত ৰান ৰেটৰ বাবে হায়দৰাবাদ…

হাস্পতালৰ দ্বিতীয় মহলাত অগ্নিকাণ্ড, ৰোগীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ

কলকাতাৰ আনন্দলোক হাস্পতাল (Anandalok Hospital)ত অগ্নিকাণ্ড সংঘটিত হোৱা খবৰ পোহৰলৈ আহিছে। জুই লগাৰ খবৰ পোৱাৰ লগে লগে দমকল বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডৰ পিছতেই সৃষ্টি হোৱা হাহাকাৰৰ মাজতে হাস্পতালত ভৰ্তি থকা ৰোগীসকলক…

 OGEL – NRL-ৰ মাজত বুজাবুজি চুক্তি সম্পন্ন

অইল ইণ্ডিয়া লিমিটেডৰ এক সম্পূর্ণ মালিকানাধীন সহায়ক প্রতিষ্ঠান অইল গ্ৰীন এনার্জি লিমিটেড (অ' জি ই এল)- য়ে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সৈতে পুননৱীকৰণযোগ্য শক্তিৰ বিকাশ, ক্ৰয় আৰু যোগানৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ উদ্দেশ্যে এক বুজাবুজিৰ চুক্তিত…

টীয়কত কোটিটকীয়া শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ শ্মশান যাত্ৰা, নীৰৱ দৰ্শক চৰকাৰ-বিভাগ

"আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল"-এই আপ্ত বাক্যশাৰী যেন এশ শতাংশই শুদ্ধ হিচাপে বিবেচিত হৈছে হস্ত-তাঁত বস্ত্ৰশিল্প বিভাগ। অসম চৰকাৰে মহিলা সবলীকৰণৰ নামত অৰুণোদয় আঁচনিকে ধৰি বহু বোৰ আঁচনি গ্ৰহণ কৰিলে অথচ আন সময়ততো দূৰৈৰ কথা ব'হাগ বিহুৰ…