কিৰণ পাৱাৰক অসম ৰঞ্জি দলৰ মুখ্য প্রশিক্ষক নিযুক্তি
ডিজিটেল ডেস্ক, ২১ এপ্রিল : অসম ক্রিকেট সন্থাই ৰঞ্জি ট্ৰফী আৰু অন্যান্য সীমিত অভাৰৰ ফর্মেটকে ধৰি আগন্তুক ঘৰুৱা ছিজনৰ বাবে অসম জ্যেষ্ঠ পুৰুষ দলৰ মুখ্য প্রশিক্ষক হিচাপে কিৰণ ৰাজাৰাম পাৱাৰক নিযুক্তি দিছে৷
মুম্বাইৰ বাসিন্দা পাৱাৰ ভাৰতৰ ১৯ বছৰ…