নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি জীয়ৰী বা চেনেহী বিহু

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : আজি ব'হাগৰ পঞ্চমটো দিন। সমগ্ৰ ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে সাত বিহুৰ জীয়াৰী বা চেনেহী বিহু। টীয়কত উদীয়মান যুৱতীৰ প্ৰচেষ্টাত গঠন হোৱা লুইতপৰীয়া গাভৰু জেং বিহু দলৰ জেং বিহু বা জীয়াৰী বিহু প্ৰদৰ্শন কৰে। ব'হাগৰ…

দুধনৈৰ সাৰাপাৰাত নিশা ছুৰিকাঘাতৰ ঘটনা, গুৰুতৰভাৱে আহত এজন

ডিজিটেল ডেস্ক, দুধনৈ, ১৯ এপ্ৰিল : ​দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত সাৰাপাৰাত যোৱানিশা এক ভয়ংকৰ ছুৰিকাঘাতৰ ঘটনা সংঘটিত হয়। সাৰাপাৰা বড়ীপাৰা অঞ্চলত সংঘটিত এই আক্ৰমণৰ ঘটনাত ছানিদুল আলী নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হৈছে। ​প্ৰাপ্ত তথ্য মতে, একেখন…

কলিয়াবৰৰ জখলাবন্ধাত ৰে’লৰ খুন্দাত এজন নিহত, সংকটজনক এজন

ডিজিটেল ডেস্ক, নগাঁও, ১৯ এপ্ৰিল : নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত এক দুৰ্ভাগ্যজনক ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। শিলঘাট-গুৱাহাটী ডেম' ৰে'লৰ চেপাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত যুৱকজন জখলাবন্ধাৰ এখন হোটেলত কৰ্মৰত অংকুৰ…

অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কোটি টকাৰ নিষিদ্ধ আফিং জব্দ, আটক এক

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই GJ-01HW-6169 নম্বৰৰ চাৰিচকীয়া ব্ৰেজা গাড়ীৰ পৰা ২৫টা পেকেটত অনা নিষিদ্ধ আফিং জব্দ কৰে। আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি শিলচৰৰ পৰা অহা…

কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী-পেন্সনাৰৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধি

ডিজিটেল ডেস্ক, ১৯ এপ্রিল : কেন্দ্রীয় চৰকাৰৰ ১.১৯ কোটি কর্মচাৰী–পেন্সনাৰলৈ সুখবৰ৷ এতিয়াৰে পৰা কর্মচাৰী–পেন্সনাৰসকলে অতিৰিক্ত ২ শতাংশ বর্ধিত নিৰিখত মৰগীয়া বানচ (ডিএ)–মৰগীয়া সকাহ (ডিআৰ) লাভ কৰিব৷ শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত…

ৰোমাঞ্চকৰ মেচত চেন্নাইক হৰুৱাই পইণ্ট তালিকাত উন্নীত হায়দৰাবাদ

ডিজিটেল ডেস্ক, ১৯ এপ্রিল : গুৰুত্বপূর্ণ বিজয় সাব্যস্ত কৰি চলিত আইপিএলৰ পইণ্ট তালিকাৰ চতুর্থ স্থানলৈ উন্নীত হ’ল ছানৰাইজার্ছ হায়দৰাবাদ৷ শনিবাৰে অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত ছানৰাইজার্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ১০ ৰানত পৰাস্ত কৰে৷ মেচখনত…

হৰমুজত ভাৰতীয় জাহাজত গুলীচালনা : ইৰানৰ গুৰুত্বপূৰ্ণ মন্তব্য

ইৰানৰ সৰ্বোচ্চ নেতাৰ প্ৰতিনিধিয়ে ষ্ট্ৰেইট অৱ হৰমুজত ভাৰতীয় জাহাজসমূহত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে ভাৰত আৰু ইৰানৰ মাজৰ সম্পৰ্ক প্ৰায় ৫০০০ বছৰ পুৰণি। তেওঁ কয় যে দুয়োখন দেশৰ মাজত ঐতিহাসিকভাৱে গভীৰ সাংস্কৃতিক, শিক্ষামূলক…

কংগ্ৰেছসহ বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰীৰ

নৰেন্দ্ৰ মোদীয়ে শনিবাৰে (১৮ এপ্ৰিল) নিশা দেশবাসীক সম্বোধন কৰি কয় যে তেওঁ দেশৰ নাৰী শক্তিৰ পৰা ক্ষমা বিচাৰে। লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত নোহোৱাৰ কথা উল্লেখ কৰি তেওঁ Congressসহ সমগ্ৰ বিৰোধী শিবিৰক সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে…

দিল্লীৰ বিপক্ষে থ্ৰিলাৰ মেচত পৰাস্ত RCB

দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুকক ৬ উইকেটত পৰাস্ত কৰিলে। দিল্লীক অন্তিম অভাৰত জয়ৰ বাবে ১৫ ৰানৰ প্ৰয়োজন আছিল। বলিং কৰিবলৈ আহিছিল ৰোমাৰিঅ শ্বেফাৰ্ডে। প্ৰথম দুটা বলত ২ ৰান আহে। তাৰ পিছত ৪টা বলত ১৩ ৰান প্ৰয়োজন থাকোঁতেই মিলাৰে দুটা…

আজিৰ দিনটোৰ ৰাশিফল

মেষ ১৯ এপ্ৰিল ২০২৬ তাৰিখটো মেষ ৰাশিৰ লোকসকলৰ বাবে শক্তি আৰু নতুন আৰম্ভণিৰ দিন। Akshaya Tritiya-ৰ পৱিত্ৰ তিথিৰ সৈতে আপোনাৰ ৰাশিত চন্দ্ৰৰ গমন আপোনাক মানসিকভাৱে সক্ৰিয় কৰি ৰাখিব। ইয়াৰ ফলত আটাই থকা কামবোৰ আগবঢ়িব। আজিৰ দিনত আপোনাৰ নেতৃত্ব…