নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভি–নীল হত্যাকাণ্ড : আজি আদালতত সাব্যস্ত হ’ব দোষী

কাৰ্বি আংলং জিলাত সংঘটিত হোৱা চাঞ্চল্যকৰ অভি–নীল হত্যাকাণ্ডৰ গোচৰ এতিয়া শেষবিন্দুত উপনীত হৈছে। আজি নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত এই জঘন্য হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলৰ দোষ সাব্যস্ত হ’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, এই গোচৰৰ পৰৱৰ্তী…

মালিগাঁৱত মেনহলত সোমাই যুৱতীৰ কৰুণ মৃত্যু

গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। কৃত্ৰিম বানৰ মাজতে মেনহলত সোমাই এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ শোকৰ পৰিৱেশ। জানিব পৰা মতে, দেওবাৰে নিশা হোৱা কৃত্ৰিম বানৰ ফলত মালিগাঁও অঞ্চলত ৰাস্তা পানীৰে…

সম্পাদকীয় : ইতিবাচক চিন্তা

আজিৰ দ্রুত পৰিৱর্তনশীল জগতত ইতিবাচক চিন্তা কেৱল মানসিক অভ্যাস নহয়, ই প্রয়োজনীয় শক্তি৷ প্রতিদিনে প্রতি পলে পলে মানুহ নানাধৰণৰ সমস্যা, চাপ আৰু অনিশ্চয়তাৰ সন্মুখীন হয়৷ এই সময়ত ইতিবাচক দৃষ্টিভংগীয়ে মানুহক ভাগি নপৰাকৈ, আগবাঢ়ি যাবলৈ সাহস দিয়ে৷…

২০ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ সোমবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : অশ্বিনী, যাত্রা : নাই মেষ : আজি চাকৰিয়ালসকলৰ দিনটো শুভ৷ বিদ্যাত মধ্যম ফল৷ ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং নীলা, শুভ…

ভাৰতীয়-ৰুছ সেনাই প্রয়োজনত ব্যৱহাৰ কৰিব পাৰিব পৰস্পৰৰ ভূখণ্ড

ডিজিটেল ডেস্ক, ১৯ এপ্রিল : কেৱল যৌথ উদ্যোগতেই অস্ত্র তথা সামৰিক সৰঞ্জাম নির্মাণ অথবা প্রযুক্তি হস্তান্তৰেই নহয়, সম্ভাব্য সংঘাতজনিত পৰিস্থিতিত ভাৰত আৰু ৰাছিয়াই ইখন দেশে সিখন দেশৰ ভূ–খণ্ড তথা সামৰিক পৰিকাঠামোও ব্যৱহাৰ কৰিব পাৰিব৷ যোৱা বছৰৰ…

এমাহ পূর্বে অৱসৰ লোৱা ছৰফৰাজক পাকিস্তান ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব

ডিজিটেল ডেস্ক, ১৯ এপ্রিল : অবিৰত বিফলতা৷ টি–২০ বিশ্বকাপত ব্যর্থতা৷ টেষ্টৰ লগতে এদিনীয়া খেলতো ফলাফল বৰ ভাল নহয়৷ যাৰ বাবে পাকিস্তান ক্রিকেটত হ’বলগীয়া আমূল পৰিৱর্তনৰ আভাস ইতিমধ্যে দেখা গৈছিল৷ সেয়ে দলটোৰ দুৰৱস্থাক লৈ চিন্তিত পাকিস্তান ক্ৰিকেট…

পাথাৰকান্দিত ৪০ লক্ষ টকাৰ নিষিদ্ধ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ এক

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : পাথাৰকান্দিত আৰক্ষীয়ে চেংজুৰ অঞ্চলত অভিযান চলাই প্ৰায় ৪০ লক্ষ টকাৰ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। এই নিষিদ্ধ য়াবা টেবলেট সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জামাল উদ্দিন নামৰ এজন যুৱকক…

ব্ৰহ্মপুত্ৰত নিখোজ কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : ব্ৰহ্মপুত্ৰ নদীত নিখোজ হোৱা এগৰাকী কিশোৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। শুৱালকুছি নদী আৰক্ষী আৰু NDRF বাহিনীয়ে যৌথভাৱে চলোৱা শ্বাসৰুদ্ধকৰ অভিযানত কিশোৰীগৰাকীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে শনিবাৰে…

মুম্বাইত পৰম্পৰা আৰু মানৱতাৰ মিলন : কেন্সাৰ ৰোগীক সহায়ৰ বাবে হুঁচৰি

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : ​মুম্বাইৰ আকাশত এতিয়া বিহুৰ ঢোল-পেঁপাৰ মাত। ইয়াৰ মাজতে প্ৰবাসী অসমীয়া মহিলাৰ সংগঠন 'গামখাৰু'-এ এক অনন্য উদ্দেশ্যৰে হুঁচৰি কাৰ্যসূচী আৰম্ভ কৰিছে। ​৪ ব'হাগৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত হুঁচৰি দলটিয়ে সদস্যসকলৰ…

​দুধনৈ আৰক্ষীৰ জালত ছুৰিকাঘাতৰ মূল অভিযুক্ত মিজাউল

ডিজিটেল ডেস্ক, দুধনৈ, ১৯ এপ্ৰিল : মাটিয়াৰ সাৰাপাৰা বড়ীপাৰাত সংঘটিত ভয়ংকৰ ছুৰিকাঘাতৰ ঘটনাৰ মূল অভিযুক্ত মিজাউল ৰহমানক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। এক গোপন সূত্ৰৰ পম খেদি দুধনৈ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক হয় অভিযুক্ত মিজাউল।…