নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ অচিনাক্ত ব্যক্তিৰ

ৰঙালী বিহুৰ আনন্দৰ মাজতেই মাজুলীত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাট অভিমুখে গৈ থকা এখন যাত্ৰীবাহী নাৱৰ পৰা এজন ব্যক্তিয়ে হঠাৎ ব্ৰহ্মপুত্ৰত জাঁপ দিয়া বুলি জানিব পৰা গৈছে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰ অভিযান…

গুৱাহাটীৰ জু-ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটী মহানগৰীৰ জু-ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ সুন্দৰপুৰ অঞ্চলত এখন ফিগ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই বাগৰি পৰাৰ ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে চালকসহ দুজন আৰোহীৰ প্ৰাণ ৰক্ষা পৰে যদিও দুয়োজনেই…

বিহুৰ মাজতে অঘটন ধেমাজিত, পুনৰ ভাঙি পৰিল নিৰ্মীয়মাণ দলঙৰ গাডাৰ

ৰঙালী বিহুৰ আনন্দৰ মাজতেই ধেমাজিত সংঘটিত হৈছে এক অঘটন। বালিজান আৰু নিলখৰ মাজত গাই নৈৰ ওপৰত নিৰ্মাণৰত দ্বিতীয়খন দলঙৰ গাডাৰ হঠাৎ ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে প্ৰায় ৫৬ কোটি টকাৰ ব্যয়ে নিৰ্মাণাধীন এই দলংখনৰ গাৰ্ডৱাল এইবাৰ…

হালধা শতদল সাহিত্য সভাৰ পহিলা ব’হাগত নিজৰ দিন উদযাপন

নিয়মীয়া বাৰ্তা, বেজেৰা, ১৬ এপ্ৰিল : অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে পহিলা ব'হাগত কামৰূপৰ হালধা শতদল সাহিত্য সভাই অঞ্চলৰ কেইবাগৰাকীও সামাজিক, শৈক্ষিক, সাহিত্য-সংস্কৃতিৰ দিশত অৰিহণা যোগোৱা ৬৫ বছৰ ঊৰ্ধ্বৰ বিশিষ্ট জ্যেষ্ঠ পুৰুষ-মহিলা ক্ৰমে…

ব’হাগৰ প্ৰথম দিনটোতে শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ প্ৰাণহানি, সংকটজনক দুজন

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : বিহুৰ আনন্দৰ মাজতে গোলাঘাট জিলাৰ ঢেকিয়ালত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰ বেগত অহা দুখন বাইকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। বাইক দুখনৰ নম্বৰ হৈছে AS-05 L-4754 আৰু AS-06X-3097। ব'হাগৰ প্ৰথম…

চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত উজলিল অসমৰ সাগ্নিক ৰায়চৌধুৰী

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৬ এপ্ৰিল : বুধবাৰে ফলাফল ঘোষিত হোৱা ২০২৬ বৰ্ষৰ চিবিএছচিৰ মেট্ৰিক পৰীক্ষাত অসমৰ এজন প্ৰতিভাশালী ছাত্ৰই দৃষ্টান্তমূলক সফলতা অৰ্জন কৰি সমগ্ৰ ৰাজ্যক গৌৰৱান্বিত কৰিছে। গুৱাহাটীৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ ছাত্ৰ সাগ্নিক…

লক্ষ্ণৌৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভেৰে শীৰ্ষস্থানত বেংগালুৰু

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল : আই পি এলৰ বুধবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক। খেলখনত আৰ চি বিয়ে ৫ উইকেটত জয়লাভ কৰে । লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত…

১৬ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ এপ্রিল, বৃহস্পতিবাৰ মেষ : আজি কিছু চিন্তা থাকিব যদিও উপস্থিত বুদ্ধিৰে আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতা সমভাৱে লাভত উপকৃত হ’ব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা – ১৷ বৃষ : আজি বিদ্যাত মধ্যম৷ বিয়া বা উৎসৱত…

১৫ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ এপ্রিল, বুধবাৰ মেষ : নতুন কোনো শুভ সংবাদ আহিব পাৰে৷ বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ আর্থিক লাভ৷ মনৰ শান্তি পাব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷ বৃষ : কর্মত উদাৰতা থাকিব৷ আর্থিক সম্পদ লাভ৷ প্রেমত মধ্যম৷ বন্ধুৰ পৰা উপকৃত হ’ব৷ শুভ ৰং হালধীয়া৷…

মহিলা টি–২০ বিশ্বকাপৰ পুৰস্কাৰৰ ধন ১০ শতাংশ বৃদ্ধি

ডিজিটেল ডেস্ক, ১৪ এপ্রিল : আইচিচি মহিলা টি–২০ বিশ্বকাপ আৰম্ভ হ’বলৈ দুমাহৰ কম দিন বাকী৷ সোমবাৰে আইচিচিয়ে প্রতিযোগিতাখনৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰে৷ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’ব এই প্রতিযোগিতাখন৷ এইবাৰ যোৱাবাৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে…