নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা টি–২০ বিশ্বকাপৰ পুৰস্কাৰৰ ধন ১০ শতাংশ বৃদ্ধি

ডিজিটেল ডেস্ক, ১৪ এপ্রিল : আইচিচি মহিলা টি–২০ বিশ্বকাপ আৰম্ভ হ’বলৈ দুমাহৰ কম দিন বাকী৷ সোমবাৰে আইচিচিয়ে প্রতিযোগিতাখনৰ বাবে পুৰস্কাৰৰ ধন ঘোষণা কৰে৷ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’ব এই প্রতিযোগিতাখন৷ এইবাৰ যোৱাবাৰৰ তুলনাত ১০ শতাংশ বৃদ্ধি পাইছে…

হায়দৰাবাদত জয়ৰ গতি ৰুদ্ধ ৰিয়ানৰ ৰাজস্থানৰ

ডিজিটেল ডেস্ক, ১৪ এপ্রিল : অৱশেষত হায়দৰাবাদত জয়ৰ গতি ৰুদ্ধ অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ৷ ইখনৰ পিছত সিখন মুঠ চাৰিখন খেলত ক্রমাগত জয়লাভ কৰা ৰাজস্থানে সোমবাৰে ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত ৫৭ ৰানত পৰাজয় স্বীকাৰ কৰে৷ ঘৰুৱা দল…

সম্পাদকীয় : গণতন্ত্রৰ উৎসৱ

সর্বকালৰ অভিলেখ গঢ়ি ৯ এপ্রিলত অসমবাসীয়ে উদযাপন কৰিলে গণতন্ত্রৰ উৎসৱ৷ এটা দিনতে অনুষ্ঠিত ষষ্ঠদশ অসম বিধানসভাৰ নির্বাচনত ৮৫.৬১ শতাংশ ভোটদানেৰে অসমবাসীয়ে নিজস্ব মৌলিক অধিকাৰ প্রতিষ্ঠা কৰিলে৷ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ৭২২গৰাকী প্রার্থীৰ…

আজি গৰু বিহু, প্রাণৰ ৰঙালীৰ উছাহত বিধৌত অসমীয়া

ডিজিটেল ডেস্ক, ১৪ এপ্রিল : ঋতুৰাজ বসন্তৰ আগমনত হৰিৎবসনা প্রকৃতিৰ লাস্যময়ী ৰূপ৷ ধৰাৰ বুকুত বলিছে ভৰপক যৌৱনৰ বলিয়া বা৷ সৃষ্টিৰ নৱ উন্মেষ৷ প্রথম বসন্তৰ বহু প্রত্যাশিত পশ্চিমী মৌচুমীৰ আগমনত ধূলি ধূসৰিত পৃথিৱীৰ বুকুত সংগোপনে বীজ অংকুৰিত হোৱাৰ…

১৪ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ এপ্রিল, চ’ত মাহৰ ৩০ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : আজি কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ অশুভ৷ পাৰিবাৰিক সমস্যা থাকিব৷ প্রেমত বিবাহৰ যোগ৷ শুভ…

জুবিন গাৰ্গক সামাজিক মাধ্যমত অপমান, মানকাচৰ থানাত এজাহাৰ দাখিল

অসমীয়াৰ আৱেগ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰি এতিয়া শলঠেকত পৰিছে এজন যুৱক। মানকাচৰৰ চক বজাৰ এলেকাৰ বাপন সাহা নামৰ এজন যুৱকে ফেচবুক তথা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ বিৰুদ্ধে অতি অপমানজনক মন্তব্য কৰাক লৈ সমগ্ৰ…

ঢকুৱাখনাৰ কাইজেন একাডেমীত ৰঙালী বিহুৰ উছাহ

আজি ৰঙালী বিহুৰ উৰুকা। বসন্তৰ বতৰাই উন্মনা কৰিছে প্ৰতিজন অসমীয়াৰ দেহ-মন। বসন্তক আদৰিবলৈ এতিয়া ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ইয়াৰ মাজতে আজি ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান কাইজেন একাডেমীৰ প্ৰাংগনত এক উখল-মাখল পৰিৱেশৰ…

কাইলৈ গৰু বিহু… ৰঙালীৰ ৰঙত উন্মনা হ’বলৈ সাজু অসমীয়া

ধূলিয়ৰি ফাগুনে উর্বৰা কৰা প্রকৃতিয়ে ৰমকজমককৈ ন–সাজ পিন্ধি গাভৰু হৈ পৰিছে৷ ঋতুৰাজ বসন্তই প্রকৃতিক পিন্ধাইছে সেউজী সাজ৷ পদূলিমুখত হেঁপাহৰ বাপতিসাহোন ব’হাগৰ আগমন৷ কুঁহিপাতৰ আঁৰ লৈ লাজুকীয়া কুলিটিয়েও কুউ কুউ শব্দেৰে ৰঙালীৰ বতৰা দিছে৷ চৌদিশে…

ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা ঢকুৱাখনাৰ জীয়ৰীৰ

"মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে/সেউজীয়া বননিৰ বৰণেৰে ঢকা/অন্তৰ জলোৱা ছবি অতীতৰ স্মৃতি লই/বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।" -যতীন্দ্ৰনাথ দুৱৰা আজি বিহুৰ উৰুকা। কাইলৈ অসমীয়াই পালন কৰিব গৰু বিহু। হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উছাহ ঢৌ। অন্তিম…

পৱন খেৰাৰ জামিনৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ অসম চৰকাৰ

কংগ্ৰেছ নেতা পৱন খেৰাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এক সপ্তাহৰ ট্রানজিট জামিনৰ আদেশৰ বিৰুদ্ধে ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত…