‘কংগ্ৰেছে অবৈধ বাংলাদেশীক স্থান নিদিলে অসম আন্দোলনৰ প্ৰয়োজনে নাছিল’
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ৪ এপ্ৰিল : "এইখন অসম অসমীয়াৰ, ইয়াত কেৱল অসমীয়াৰ অধিকাৰ থাকিব লাগিব। কোনো যুক্তিতে অবৈধ মিঞা বালাংদেশীৰ দপদপনি সহ্য নকৰোঁ। মহাবীৰ লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে ১৮ বাৰ যুঁজ দি বিদেশী আক্ৰমণক পৰাভূত কৰি অসমীয়া জাতীয়…