যুদ্ধৰ মাজতেই পাকিস্তানক ঋণ পৰিশোধৰ নির্দেশ আমীৰশ্বাহীৰ
ডিজিটেল ডেস্ক, ৫ এপ্রিল : পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতে এইবাৰ পাকিস্তানক ঋণৰ ধন ওভতাই দিবলৈ ক’লে সংযুক্ত আৰব আমীৰশ্বাহীয়ে৷
জানিব পৰা মতে, প্রায় ২০০ কোটি ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত ১৯ হাজাৰ কোটি টকা) ওভতাই দিবলৈ কোৱা হৈছে…