৯০খনতকৈ অধিক আসন লাভ কৰি বিজেপিয়ে
কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়া জাজিকোনা ৰাস মহোৎসৱ প্ৰাংগনত আজি বিয়লি বিজেপিয়ে এখন বিশাল জনসভা অনুষ্ঠিত কৰি সমাগত বিধানসভা নিৰ্বাচনৰ ৰনডংকা বজায়। কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী দিগন্ত কলিতাৰ সমৰ্থনত প্ৰায় কুৰি…