মাজুলীত লোমহৰ্ষক হত্যাকাণ্ড, বিবাহিতা মহিলাৰ মৃত্যু
মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ দেউৰী গাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডত এগৰাকী বিশ বছৰীয়া মহিলা থিতাতে নিহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই হত্যাকাণ্ডত নিহত মহিলাগৰাকীৰ নাম হৈছে নিশ্চিতা মণ্ডল। জেংৰাইমুখ…