নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বিজেপিৰ বিজয় সংকল্প যাত্ৰা, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চিৰাং জিলাৰ বিজনীৰ উলুবাৰী খেলপথাৰত বিজেপিৰ ‘বিজয় সংকল্প যাত্ৰা’ৰ অংশ হিচাপে এখন বৃহৎ জনসভা অনুষ্ঠিত হয়। জনসভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত…

মধ্যপ্রাচ্যৰ সামৰিক সংঘাত : বিশ্বজুৰি বৃদ্ধি তেলৰ দাম, ভাৰত ব্যতিক্ৰম

পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ ফলত বিশ্ব বজাৰত বৃদ্ধি পাইছে তেলৰ দাম৷ যাৰ পোনপটীয়া প্রভাৱ পৰিছে জনসাধাৰণৰ ওপৰত৷ ইতিমধ্যে ৰন্ধন গেছৰ দাম বৃদ্ধি কৰা হৈছে৷ গেছৰ সংকটো উপেক্ষা কৰিব পৰা বিধৰ নহয়৷ কিন্তু ভাৰতত এতিয়াও পেট্র’ল–ডিজেলৰ দামৰ ক্ষেত্রত…

মার্কিন ডলাৰৰ নোটত এইবাৰ ট্রাম্পৰ স্বাক্ষৰ

এইবাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ থাকিব আমেৰিকান ডলাৰৰ নোটত৷ যোৱা ১৬৫ বছৰ ধৰি মার্কিন ডলাৰত কেৱল বিত্ত দপ্তৰৰ বিষয়াৰ (ট্রেজাৰাৰ) স্বাক্ষৰ থাকে৷ এইবাৰ এই স্বাক্ষৰৰ সৈতে যুক্ত হৈছে ট্রাম্পৰো স্বাক্ষৰ৷ আমেৰিকাৰ বিত্ত বিভাগৰ পৰা জনোৱা…

সুদীর্ঘ ১২ বছৰৰ পিছত বিশ্বকাপলৈ যোগ্যতাৰ দিশে ইটালী!

ইটালীৰ ফিফা বিশ্বকাপ খেলাৰ আশা এতিয়াও নির্বাপিত হোৱা নাই৷ বৃহস্পতিবাৰে উত্তৰ আয়াৰলেণ্ডক ২–০ গ’লত পৰাস্ত কৰে ইটালীয়ে৷ যদি ইটালীয়ে আৰু এখন মেচত জয়লাভ কৰে তেন্তে ফিফা বিশ্বকাপৰ মূল ৰাউণ্ডলৈ যোগ্যতা অর্জন কৰিব৷ ইটালীয়ে পৰৱর্তী মেচখনত ব’ছনিয়া…

মন্দিয়া আৰক্ষীৰ সফলতা, ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ সৰবৰাহকাৰী আটক

বৰপেটাৰ বাঘবৰৰ কনৰাগাঁৱত নিশাৰ ভাগত ড্ৰাগছ বিৰুদ্ধে অভিযান মন্দিয়া আৰক্ষীৰ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কনৰা গাঁৱৰ নিবাসী আয়নাল হকৰ পুত্ৰ স্বাজাহান আলী (৩৬) য়ে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ লগত জড়িত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈ…

নইদা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় উদ্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰৰ জেৱাৰত অৱস্থিত নইদা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী…

IPL 2026ৰ আৰম্ভণিৰ মেচৰ পৰা বাহিৰ ধোনী

IPL 2026 আৰম্ভণিৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীৰ বাবে বেয়া খবৰ আহিছে। দলটোৰ জ্যেষ্ঠ তাৰকা মহেন্দ্ৰ সিং ধোনী অন্ততঃ দুটা সপ্তাহৰ বাবে খেলপথাৰৰ পৰা দূৰত থাকিব। দলটোৱে প্ৰকাশ কৰা চৰকাৰী বিবৃতি অনুসৰি ধোনীয়ে পিণ্ডলীৰ মাংসপেশীত টান (calf…

টিংখাঙত বিমল বৰাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

টিংখাঙত মন্ত্ৰী বিমল বড়াৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। দৈনিক পুৱাৰ পৰা নিশা পৰ্যন্ত ৯/১০ খন জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই। প্ৰতিখন সভাতেই দেখিবলৈ পোৱা গৈছে ৰাইজৰ পাৰভগা উৎসাহ। ভাৰতীয় জনতা পাৰ্টীৰ পৰা তৃতীয় বাৰলৈ প্ৰাৰ্থীত্ব লাভ কৰা…

খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈৰে এজেপিৰ সভাপতিৰ জীৱন-মৰণৰ যুঁজ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাবে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং বিধানসভা সমষ্টিটো কেৱল এক নিৰ্বাচনেই নহয়, এয়া সম্ভৱতঃ তেওঁৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ নিৰ্ণায়ক যুঁজ হব। অসমৰ ঐতিহাসিক নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ…

মাজুলীত অজেয় দুৰ্গ ৰক্ষাৰ যুঁজ বিজেপিৰ, পৰিৱৰ্তনৰ লক্ষ্য কংগ্ৰেছৰ

অসমৰ একমাত্ৰ নদীদ্বীপ জিলা মাজুলীত এতিয়া নিৰ্বাচনী বতাহে তুংগত উঠিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনৰ চুকে-কোণে এতিয়া কেৱল ৰাজনৈতিক চৰ্চা। বিশেষকৈ শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত চলা বাকযুদ্ধই নদীদ্বীপটোৰ পৰিৱেশ উত্তপ্ত কৰি…