নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমৰ ভোটাৰ

বিদেশী খেদা অসম আন্দোলনৰ ঢৌত বিধৌত হোৱা ১৯৮৫ চনৰ বিধানসভা নির্বাচনত তদানীন্তন কংগ্রেছ চৰকাৰক ওফৰাই প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদ দলে অভূতপূর্ব জনপ্রিয়তাৰে দিছপুৰৰ শাসনভাৰ দখল কৰিছিল৷ অৱশ্যে মাত্র এটা কার্যকালতে বিভিন্ন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ মার্চ, চ’ত মাহৰ ১৩ তাৰিখ শনিবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : পুষ্যা, যাত্রা : নাই মেঘ : ঘৰুৱা ডন্নতিৰ চেষ্টাতবাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রত শুভ৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷ দাম্পত্যত শুভ৷…

ভূপেন বৰাৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

মিঞা বাংলাদেশীৰ সমর্থনত থিয় দিয়া কংগ্রেছক হুংকাৰ দি আজি নির্বাচনী সভাত বিৰোধী দলটোক উদ্দেশ্যি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– সংলাপ নতুনকৈ লিখক৷ মাথোঁ এখন যুঁজ নহয়, এইবাৰ যুঁজ ভয়ংকৰ হ’ব৷ আজি বিহপুৰীয়াত দলীয় প্রার্থী ভূপেন বৰাক…

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ অসমলৈ আহিব ওৱেইছি

অহা ৯ এপ্রিলত হ’ব লগা ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ নির্বাচনৰ প্রচাৰ চলাবৰ বাবে অসমলৈ আহিব এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ হৈ অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব এআইএমআইএমৰ মুৰব্বীগৰাকী৷ অহা ২ আৰু ৩…

সর্বকালীন নজিৰ সৃষ্টি : ১ ডলাৰৰ মূল্য হৈছেগৈ ৯৪.৬৬ টকা

ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে চলোৱা আক্রমণৰ ফলত সম্প্রতি অস্থিৰ সমগ্র পশ্চিম এছিয়া৷ এই অস্থিৰতাৰ প্রভাৱ পৰিছে ভাৰতীয় অর্থনীতিতো৷ সর্বকালৰ অভিলেখ ভংগ কৰি পেলালে মার্কিন ডলাৰৰ নিৰিখত ভাৰতীয় মুদ্রাৰ মূল্যই৷ শুকুৰবাৰে এক…

ৰঙানদী-নাওবৈচাত বিশাল নিৰ্বাচনী সভা মুখ্যমন্ত্ৰীৰ

সম উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্রুতি লৈ  আজি নৱ গঠিত ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ উপস্থিত হল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। নৱ গঠিত ৰঙানদী সমষ্টিৰ  বিজেপি-অগপ আৰু সন্মিলিত গনশক্তি, অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা আৰু অগপ বিজেপি…

বিজেপিৰ পৰা ৯গৰাকী নেতাক বহিষ্কাৰ

অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশমতে ৯ গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কাৰণ এই লোকসকলে বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। বহিষ্কৃত নেতাসকল হল ক্ৰমে উদ্ধৱ দাস- বৰপেটা…

নতুন বিশ্বনাথ গঢ়িম : নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস

"ড° হিমন্ত বিশ্ব শৰ্মা এজন সংবেদনশীল নেতা। হিমন্ত বিশ্ব শৰ্মা যি সময়ত বিত্ত মন্ত্ৰী আছিলে, সেই সময়ত মই শ্ৰম মন্ত্ৰী আছিলো। সেই সময়ত ৰঙাপৰাত এখন সভা হৈছিল। বহু মহিলা উপস্হিত আছিল। তেতিয়া তেওঁ পৰিকল্পনা কৰিছিল যে যি সকল মহিলা আমাৰ সভা সমিতিত…

তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁইৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া জিলাৰ ৮৬ নং তিনিচুকীয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী পুলক গোঁহাইয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আজি প্ৰাৰ্থী গৰাকীয়ে তিনিচুকীয়াৰ বৰডুবি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ বৰডুবি বজাৰত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ…

ঢকুৱাখনাত নৱ দলেৰ হৈ প্ৰচাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্রুতিৰে আজি ঢকুৱাখনাত উপস্থিত হয়হি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি-অগপ আৰু সন্মিলিত গনশক্তি, অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত…