নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত নৱ দলেৰ হৈ প্ৰচাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্রুতিৰে আজি ঢকুৱাখনাত উপস্থিত হয়হি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি-অগপ আৰু সন্মিলিত গনশক্তি, অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত…

শিৱসাগৰত অখিলৰ সংগ ত্যাগ কৰি বিজেপিত যোগদান ৰাইজৰ দলৰ কৰ্মীৰ

বিধানসভা নিৰ্বাচনৰ ভোটদান পৰ্বলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত দেখা গৈছে ৰাইজৰ দলত ব্যাপক খহনীয়া। কিছুদিনৰ পূৰ্বে দলটোৰ জিলা সমিতিৰ উপ-সভাপতি খদ্যুৎ দত্তই অখিল গগৈৰ বিৰুদ্ধে বহু বিতৰ্কিত কথাৰ অৱতাৰণা কৰি দল ত্যাগ কৰাৰ পিছত পুনৰ…

কাইলৈৰ পৰা আৰম্ভ বহু প্ৰত্যাশিত আই পি এল : দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা

ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত আইপিএল-২০২৬। এইবাৰ ৮৪খন মেচেৰে প্ৰায় দুমাহ ধৰি চলিবলগীয়া বিচিচিআইৰ ঐশ্বৰ্যশালী প্ৰতিযোগিতাখনৰ বাবে এতিয়া দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে। বিশ্ব ক্ৰিকেটত নিজস্ব…

কংগ্ৰেছক শ’লঠেকত পেলাই তিতাবৰত ভাস্কৰজ্যোতি বৰুৱাৰ প্ৰচাৰ

তিতাবৰত কংগ্ৰেছৰ টিকট বঞ্চিত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কংগ্ৰেছক শ’লঠেকত পেলাই নিৰ্দলীয় প্ৰাৰ্থীৰূপে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। একাংশ কংগ্ৰেছ সমৰ্থকক লগত লৈ তেওঁ কংগ্ৰেছৰ বৰঘৰত সোমাই কাৰ্যতঃ কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ অভিযান…

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ মাৰাথন প্ৰচাৰ, উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বৰষুণ

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৪৩নং তামুলপুৰ সমষ্টিত এন ডি এ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ…

চৰকাৰ গঠনত মুখ্য ভূমিকা থাকিব UPPL-ৰ, প্ৰমোদ বড়োৰ দাবী

বাক্সাৰ মুছলপুৰত দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰি ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। প্ৰমোদ বড়োৱে দাবী কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ ইউ পি পি এলৰ সহায় অপৰিহাৰ্য হ’ব। তেওঁৰ…

বৰাক উপত্যকাত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰাক উপত্যকাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হৈ তেওঁ কাছাৰৰ ডলু ফিল্ডত উপস্থিত হয়। তাত উপস্থিত হৈ সোণোৱালে বৰখলা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ হৈ ব্যাপক…

নিয়োগ বাৰ্তা : ৰে’লৱেত ১১,১২৭টা পদত চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ জুন ৰে’লৱে নিযুক্তি ব’ৰ্ড (RRB)-এ ভাৰতীয় ৰে’লৱেৰ সহায়ক ল’ক’ পাহলট পদত নিয়োগ ঘোষণা কৰিছে৷ ভাৰতজুৰি বিভিন্ন ৰে’লৱে নিযুক্তি ব’ৰ্ডত উপলব্ধ পদৰ বাবে যোগ্য প্রার্থীসকলৰ বাবে এইটো এক উৎকৃষ্ট সুযোগ৷

ধেমাজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা

অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ কৰি অহা ১ এপ্ৰিলত ধেমাজি জিলালৈ চতুৰ্থবাৰৰ বাবে আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ধেমাজি জিলাৰ গোগামুখৰ ৰেলৱে লাইনৰ সমীপৰ চেতিয়া গাঁৱৰ পথাৰত এই বিশাল জনসভা অনুষ্ঠিত হ’ব। ইতিমধ্যে সভাস্থলীত…

ধিঙত ফ্লায়িং স্কোৱাডৰ অভিযান : ১১.২০ লাখ টকা জব্দ

নগাঁও জিলাৰ ধিঙত নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ মাজতে ফ্লায়িং স্কোৱাডে অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। ধিং চাৰিআলিত চলোৱা এই অভিযানত ফ্লায়িং স্কোৱাডে মুঠ ১১ লাখ ২০ হাজাৰ টকা জব্দ কৰে। জানিব পৰা মতে, মৈৰাবাৰীৰ বৰথল…