খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈৰে এজেপিৰ সভাপতিৰ জীৱন-মৰণৰ যুঁজ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাবে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং বিধানসভা সমষ্টিটো কেৱল এক নিৰ্বাচনেই নহয়, এয়া সম্ভৱতঃ তেওঁৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ নিৰ্ণায়ক যুঁজ হব।
অসমৰ ঐতিহাসিক নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী আন্দোলনৰ…