ঢেকীয়াজুলিত অমিত শ্বাহৰ বিশাল জনসভাৰ প্ৰস্তুতি
ঢেকীয়াজুলি সমষ্টিত নিৰ্বাচনী উন্মাদনা ক্ৰমে বৃদ্ধি পাইছে। অহা ২৯ মাৰ্চত ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে এখন বিশাল জনসভা সম্বোধন কৰিব।
ইয়াৰ পূৰ্বে ২৮ মাৰ্চত ঢেকীয়াজুলিৰ শ্বহীদ ময়দান প্ৰাংগণত এক বিশেষ কাৰ্যসূচীৰ…