নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আদালতৰ চূড়ান্ত ৰায়

অসমৰ সংগীত জগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ বহুল আলোচিত ঘটনাত বুধবাৰে ছিংগাপুৰ কৰ’নাৰ্ছ আদালতে চূড়ান্ত ৰায়দান আগবঢ়ালে। আদালতে স্পষ্টকৈ কয় যে এই মৃত্যু কোনো ষড়যন্ত্ৰমূলক হত্যাকাণ্ড নহয়, বৰং দুৰ্ঘটনাজনিত পানীত ডুব যোৱাৰ ফলত…

বোকাখাতত কংগ্ৰেছত মোক্ষম আঘাত

অনাগত নিৰ্বাচনৰ পূৰ্বে বোকাখাত বিধানসভা সমষ্টিত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে অসম গণ পৰিষদ দল। নামটেমেৰাত অনুষ্ঠিত মিত্ৰজোঁটৰ এক বিশাল মতবিনিময় অনুষ্ঠানত কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে দুসুঁতিমুখ গাঁও পঞ্চায়তৰ ১নং…

অসম–বংগ সীমান্তৰ জোৰাইত মাৰণাস্ত্ৰ জব্দ বংগ আৰক্ষীৰ

আজি পুৱতি নিশা ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ ছাগলীয়াৰ পৰা পশ্চিমবংগলৈ খোজকাঢ়ি প্ৰৱেশ কৰাৰ সময়ত মাৰণাস্ত্ৰ সহ এজনক আটক কৰে বংগ আৰক্ষীয়ে। জানিব পৰা মতে, পশ্চিমবংগ জোৰাই মো'ৰত বক্সিৰহাট আৰক্ষীয়ে চলোৱা নিয়মীয়া নাকা তালাচীত অসমৰ পৰা পশ্চিম…

লক্ষ্য দিছপুৰ : বিজেপিৰ ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্রস্তুত

তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্যৰে নির্বাচনী যুঁজত নামি পৰা বিজেপিৰ প্রচাৰক তুংগত তুলিবলৈ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে শাসকীয় দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা৷ উল্লেখ্য যে বিজেপিৰ নির্বাচনী…

গুৱাহাটীত উপস্থিত ৰাজস্থান ৰয়েলছ দল, বিমানবন্দৰত ৰাজকীয় আদৰণি

ডিজিটেল ডেস্ক, ২৪ মাৰ্চ : আসন্ন ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ খেলাৰ বাবে আজি গুৱাহাটীত উপস্থিত হৈছে ৰাজস্থান ৰয়েলছ দলটো৷ জয়পুৰৰ পৰা স্পাইছজেটৰ বিশেষ বিমানযোগে বিয়লি ৩.৪৫ বজাত দলটো বৰঝাৰৰ…

শুৱালকুছিত কংগ্ৰেছত খহনীয়া, অৰ্ধশতাধিকৰ বিজেপিত যোগদান

শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যালয়ত আজি অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷ শুৱালকুছি মণ্ডল বিজেপিৰ উপ-সভাপতি প্ৰদীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত…

জটিল ৰোগত আক্ৰান্ত গোসাঁইগাঁৱৰ এগৰাকী দৰিদ্ৰ মহিলা, ৰাইজৰ সহায় বিচাৰিলে পৰিয়ালে

ডিজিটেল ডেস্ক, গোসাঁইগাঁও, ২৪ মাৰ্চ : গোসাইগাওঁ বিধানসভা সমষ্টিৰ ১নং কানুপাৰা গাঁৱৰ  এটা অতি দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনী। জটিল ৰোগত আক্ৰান্ত অঞ্জয় বসুমতাৰীৰ পত্নী অঞ্জলি বসুমতাৰী। চিকিৎসাৰ অভাৱত ক্ৰমাত জটিল ৰূপ লৈছে মহিলাগৰাকীৰ স্বাস্থ্যই।…

ৰহাৰ হাৰিয়াপাৰ হগলতলিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ডিজিটেল ডেস্ক, ২৪ মাৰ্চ : ৰহাৰ হাৰিয়াপাৰ হগলতলিত উদ্ধাৰ হয় এটা মৃতদেহ। মৃতদেহটো উদ্ধাৰৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো মোবাৰক আলীৰ বুলি চিনাক্ত কৰা হৈছে। নিজ ঘৰৰ চৌহদতে উদ্ধাৰ হয় মোবাৰক আলী নামৰ লোকজনৰ মৃতদেহ। এয়া এক…

ড’নাল্ড ট্রাম্পৰ ঘোষণাৰ পিছতেই দাম কমিল অপৰিশোধিত তেলৰ

ডিজিটেল ডেস্ক, ২৪ মার্চ : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ঘোষণাৰ পিছতেই সোমবাৰে আন্তঃৰাষ্ট্রীয় বজাৰত হ্রাস পালে তেলৰ দাম৷ ব্রেণ্ট অপৰিশোধিত তেলৰ প্রতি বেৰেলৰ দাম হ’ল ৯৬ মার্কিন ডলাৰ৷ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৮,৯০০ টকা৷ দিনটোৰ…

চামগুৰিত এইবাৰ হ’ব ত্ৰিকোণীয়া যুঁজ, আব্দুল আজিজ, তাঞ্জিল হুছেইন নে অনিল শইকীয়া

নগাঁও জিলাৰ সকলোৰে দৃষ্টি থকা এটা সমষ্টি হ'ল চামগুৰি সমষ্টি। এই সমষ্টিটোৰ প্ৰতি সকলোৰে  চকু থাকে। চামগুৰি সমষ্টিত এইবাৰ কংগ্ৰেছৰ পৰা তাঞ্জিল হুছেইন, এআইইউডিএফ দলৰ পৰা প্ৰাক্তন বিধায়ক আব্দুল আজিজ আৰু বিজেপি দলৰ পৰা অনিল শইকীয়াই টিকট লাভ…