গোসাঁইগাঁৱত আৰক্ষী-এছএছবিৰ অভিযানত দুই চোৰাং চিকাৰী গ্ৰেপ্তাৰ
গোসাঁইগাঁৱৰ অসম–বংগ সীমান্তৱৰ্তী টাপু অঞ্চলত আৰক্ষী আৰু সশস্ত্ৰ সীমা বলৰ যৌথ অভিযানত দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
খবৰ অনুসৰি সোণকোষ নদীৰ পশ্চিম প্ৰান্তত আজি চলোৱা অভিযানত দুয়ো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় নিৰাপত্তা…