আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় পাকিস্তানৰ ছৰফৰাজ আহমেদৰ
ডিজিটেল ডেস্ক, ১৬ মার্চ : ২০১৭ চনৰ আইচিচি চেম্পিয়ন ট্রফীৰ জয়ত পাকিস্তানক নেতৃত্ব দিয়া আৰু জুনিয়ৰ তথা ছিনিয়ৰ উভয় পর্যায়তে আইচিচি খিতাপ দখল কৰা একমাত্র অধিনায়ক– উইকেটকীপাৰ–বেটছমেন ছৰফৰাজ আহমেদে দেওবাৰে আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ গ্রহণ…