নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ দ্বিতীয়খন তালিকাত ২৩ প্রার্থীৰ নাম, কোন সমষ্টিত কোনে পালে টিকট?

ডিজিটেল ডেস্ক, ১৫ মার্চ : ৰাজ্যত অব্যাহত থকা নির্বাচনী তৎপৰতা তথা জল্পনা–কল্পনাৰ ওৰ পেলাই হাইকমাণ্ডৰ অনুমোদন ক্রমে শনিবাৰে নিশা কংগ্রেছে দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰে৷ এই তালিকাত ২৩জন দলীয় প্রার্থীৰ নাম সন্নিৱিষ্ট হোৱাৰ বিপৰীতে আন…

বৰবিল-বেবেজীয়া পথ মেৰামতিৰ দাবী উজনি মাজুলীবাসীৰ

মাজুলী লোকনিৰ্মাণ বিভাগৰ অকৰ্মণ্যতাৰ সুযোগ লৈ ঠিকাদাৰে পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰাৰ ফলত যাতায়াতত নৰক যাতনা ভুগিব লগা হৈছে জনসাধাৰণে ৷ পুছফাছ কনষ্ট্ৰাকচন নামৰ পথ নিৰ্মাণকাৰী সংস্থা এটাই ৭,৫০,০৮,০০০ টকাৰে নিৰ্মাণ কৰা বৰবিল-বেবেজীয়া পথটো…

মোজতাবাৰ মূৰৰ দাম ১ কোটি ডলাৰ নির্ধাৰণ আমেৰিকাৰ

ডিজিটেল ডেস্ক, ১৫ মার্চ : ইৰানৰ নতুন সর্বোচ্চ ধর্মীয় নেতা মোজতাবা খামেনেইৰ মূৰৰ দাম ঠিক কৰিলে আমেৰিকাই৷ শুকুৰবাৰে মার্কিন বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা মতে মোজতাবাই ক’ত আত্মগোপন কৰি আছে, সেই খবৰ দিওঁতাজনক পুৰস্কৃত কৰা হ’ব৷ সেই পুৰস্কাৰৰ…

১৫ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ মার্চ, ফাগুন মাহৰ ৩০ তাৰিখ, দেওবাৰ মেষ : চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷ বৃষ : ৰাজহুৱা কর্মত থকাসকলৰ সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু…

জুবিন গাৰ্গৰ নামেৰে নতুন প্ৰজাতিৰ গছ নামকৰণ বজালীৰ বৰ্ণালী দাসৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষিকা ছাত্ৰী তথা বজালী সন্তান বৰ্ণালী দাসে অসমত এটা নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰি কিংবদন্তি গায়ক জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা খবৰে বজালীলৈ আনন্দ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ৰহস্যজনকভাৱে অকাল বিয়োগ…

মুষলধাৰ বৰষুণত সৰ্বত্ৰ তিতিল জুবিন ক্ষেত্ৰ

নালাগে লগৰী মোক, জীৱন নিৰুপায় মোৰ, যাযাবৰী হৈ ঘুৰিছো আজি। উৱলি যোৱা অস্থায়ী তম্বুৰ তলত আৰু কিমান দিনলৈ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিলৈ। পাঁচ মাহৰ পিছতো নিৰ্মাণ কাৰ্য হৈ নুঠিল জুবিন ক্ষেত্ৰৰ। বাৰিষাৰ প্ৰথমজাক বৰষুণতে অনুৰাগীয়ে আগবঢ়োৱা…

ডুবাইলৈ যোৱাৰ সুযোগ পায়ো থমকিছে প্ৰতিভাৱান শিশুশিল্পী অংশুমান

চৰাইদেউ জিলাৰ মৰাণহাবি গাঁৱৰ এটি প্ৰতিভাবান শিশুশিল্পী অংশুমান গগৈ। সোণাৰিৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অষ্টম শ্ৰেণীত অধ্যয়নৰত অংশুমান বাঁহী বজোৱাত পাকৈত৷ বাঁহীত সুমধুৰ সুৰৰ মূৰ্চনা তোলাত পাকৈত এইগৰাকী প্ৰতিভাবান শিশু শিল্পীয়ে বিগত…

ৰহাত সঞ্জীৱ হাজৰিকা বনাম বিধায়ক শশীকান্ত দাসৰ শীতল যুঁজ!

আগন্তুক বিধানসভা নিৰ্বাচলৈ মাজত মাঁথো কেইটামান দিনহে বাকী। কিন্তু আজিও বিজেপিৰ দলীয় টিকট ঘোষণা নোহোৱাত বিপাঙত পৰিছে দলীয় কৰ্মী সকল। ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগতে বাকী দল সমূহেও একাংশ দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। কিন্তু…

যুদ্ধংদেহি পৰিৱেশ : মধ্যপ্ৰাচ্যৰ পৰা এছিয়ালৈ উদ্বেগজনক পৰিস্থিতি

বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত যুদ্ধ আৰু সামৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মধ্যপ্ৰাচ্যত আমেৰিকা আৰু ইজৰাইলৰ সৈতে ইৰানৰ যুদ্ধৰ পৰিস্থিতি অতি সংকটজনক হৈ উঠিছে। খবৰ অনুসৰি যোৱা মাহৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইজৰাইলে…

বৰাক উপত্যকাক নতুন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে শিলচৰত কংগ্ৰেছক “দেশবিৰোধী” বুলি অভিহিত কৰি দলটোৱে মিছা আৰু গুজৱ প্ৰচাৰ কৰি জনতাক বিভ্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰে। দুদিনীয়া অসম ভ্ৰমণৰ দ্বিতীয় দিনা শিলচৰত অনুষ্ঠিত বৃহৎ জনসভাত ভাষণ প্ৰদান কৰি…