নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়া যুৱ কংগ্ৰেছৰ সভাপতিসহ কেইবাগৰাকী নেতা-কৰ্মীৰ দলত্যাগ 

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতেই বিহপুৰীয়াত কংগ্ৰেছ কৰ্মীসকলৰ মাজত দলত্যাগৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, বহু কংগ্ৰেছী নেতা-কৰ্মীয়ে ইতিমধ্যে ভূপেন বৰাৰ লগত যোগাযোগ ৰক্ষা কৰি গোপনে আলোচনাত…

অসম আন্দোলনৰ অগ্ৰণী নেতা বকোৰ নৰেন বড়োৰ মৃত্যুত শোকৰ ছাঁ

"মৃত্যু চিৰন্তন সত্য"- কথাষাৰৰ সত্যতা প্ৰমাণ কৰি চিৰবিদায় মাগিলে কামৰূপ জিলাৰ বকো কালিয়াবড়ী গাঁৱৰ ৰাজাবাৰী চুবাৰ নৰেন বড়োৱে। যোৱানিশা মৃত্যুবৰণ কৰা নৰেন বড়ো আছিল অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ অগ্ৰণী নেতা। তদুপৰি বড়ো আছিল অসমৰ জাতীয়…

বিশ্বকাপজয়ী ভাৰতীয় দললৈ অভিলেখ পৰিমাণৰ আৰ্থিক পুৰস্কাৰ বিচিচিআইৰ

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : বিশ্বকাপজয়ী ভাৰতীয় দললৈ বিচিচিআয়ে কৰিলে পুৰস্কাৰ ঘোষণা। ২০২৬ চনৰ আই চি চি টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰ পাছত ভাৰতীয় দলটোৰ ওপৰত ধনৰ বৰষুণ হৈছে। বিচিচিআই-এ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ বাবে ১৩১…

যুদ্ধ কেতিয়া শেষ হ’ব সেয়া আমি নিৰ্ধাৰণ কৰিম : ট্ৰাম্পৰ দাবীত ইৰানৰ প্ৰত্যুত্তৰ

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ। আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত চলা যুদ্ধত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ মাজতে সোমবাৰে নিশা সংবাদ মেলযোগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কেইবাটাও গুৰুত্বপূৰ্ণ…

পপ তাৰকা ৰিহানাক হত্যাৰ চেষ্টা ! গ্ৰেপ্তাৰ ১

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : পপ তাৰকা ৰিহানাৰ ঘৰত আততায়ীৰ আক্ৰমণ। পপ তাৰকা ৰিহানাৰ ঘৰলৈ লক্ষ্য কৰি কেইবাটাও ৰাউণ্ড গুলী চলায় দুৰ্বৃত্তই। আক্ৰমণৰ তীব্ৰতা ইমানেই আছিল যে বাহিৰৰ দেৱাল ভেদ কৰি গুলী ভিতৰৰ কোঠালৈ সোমাই গৈছিল। খবৰ অনুসৰি, দেওবাৰে…

মই ইমান Destructive Politician জীৱনত দেখা নাই : মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : 'মই ইমান Destructive Politician জীৱনত দেখা নাই'- আজি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু ধুবুৰীৰ সাংসদ…

মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱ পাকিস্তানত : বন্ধ বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰী

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : মধ্যপ্রাচ্যত অব্যাহত যুদ্ধৰ প্রভাৱ দেখা গৈছে প্রতিৱেশী ৰাষ্ট্র পাকিস্তানত। সাম্প্ৰতিক পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে। পাকিস্তান চৰকাৰে কিছুমান…

মাজনিশা চিৰাং আৰক্ষীৰ অভিযান, দুঠাইত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

চিৰাঙত একাংশ বিশেষ সম্প্ৰদায়ৰ যুৱকে যুৱপ্ৰজন্মক নিঃশেষ কৰিবলৈ বৰবিহ ড্ৰাগছ সৰবৰাহত জড়িত হৈ পৰিছে। চিৰাং আৰক্ষীয়েও সমান্তৰালভাৱে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱানিশাৰ অভিযানত জিলাখনৰ বিজনী মহকুমাৰ দুখন থানাৰ…

লেবাননৰ অসামৰিক অঞ্চলত মাৰাত্মক বগা ফছফৰাছ প্রয়োগ ইজৰাইলৰ

ডিজিটেল ডেস্ক, ১০ মার্চ : যুদ্ধ মানেই নিষ্ঠুৰতাৰ প্রদর্শন, মানৱতাৰ মৃত্যু৷ ইৰানত আৰম্ভ হোৱা মধ্যপ্রাচ্যৰ যুদ্ধখনো ইয়াৰ ব্যতিক্রম নহয়৷ ইজৰাইলে যুদ্ধৰ নামত নিষ্ঠুৰতাৰ নিদর্শন দাঙি ধৰি লেবাননত অসামৰিক অঞ্চলত ব্যৱহাৰ কৰিছে মাৰাত্মক বগা ফছফৰাছ৷…

ইৰানৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ লক্ষ্য উত্তৰ কোৰিয়া

ডিজিটেল ডেস্ক, ১০ মার্চ : মধ্যপ্রাচ্যৰ ইৰানত আক্রমণৰ পিছত এইবাৰ আমেৰিকাই উত্তৰ কোৰিয়াক লক্ষ্য কৰি লৈছে৷ একনায়কত্ববাদী শাসক কিম জং উনৰ দেশৰ সমীপত যুদ্ধ জাহাজ, হেলিকপ্টাৰ আৰু যুদ্ধ বিমানকে ধৰি হাজাৰৰো অধিক মার্কিন সেনা সমৱেত হৈছে৷…