কংগ্রেছৰ প্রার্থিত্বপ্রত্যাশীৰ পৰা ধন লৈছে গৌৰৱ গগৈ–ৰকিবুল হুছেইনে
ডিজিটেল ডেস্ক, ১০ মার্চ : বৃহৎ ধনৰ লেনদেনৰ কাৰণেই ৰাইজৰ দল আৰু কংগ্রেছৰ মিত্রতা সম্ভৱ নহ’ল বুলি স্পষ্ট ইংগিত দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ স্পষ্ট অভিযোগ– ৰাইজৰ দল আৰু কংগ্রেছৰ মিত্রতা নোহোৱাৰ প্রধান কাৰণ হ’ল…