কাজিৰঙাৰ গঁড় মাৰি শেষ কৰাৰ দৰে অসম কংগ্ৰেছক ধ্বংস কৰিছে ৰকিবুল হুছেইনে : বিধায়ক তৰংগ গগৈ
'কংগ্ৰেছৰ শাসন কালত যিদৰে কাজিৰঙাৰ গঁড় মাৰি শেষ কৰিছিলে সেইদৰে এতিয়া কংগ্ৰেছ দলক মাৰি শেষ কৰিছে ৰকিবুল হুছেইনে। কিয়নো ৰকিবুল হুছেইন হৈছে ধ্বংসকাৰী। যিহেতু বিজেপি চৰকাৰৰ দিনত গঁড় হত্যা বন্ধ হ'ল, সেয়ে গঁড় হত্যা কৰিব নোৱাৰি নিজ দল কংগ্ৰেছকে…