পাঠশালা ৰে’ল ষ্টেচনত ব্ৰহ্মপুত্ৰ মেইলৰ নতুন ষ্ট’পেজ
বজালী জিলাৰ বাবে এক আনন্দদায়ক খবৰ। শনিবাৰে সন্ধিয়াৰ পৰা পাঠশালা ৰে’ল ষ্টেচনত গুৱাহাটী–দিল্লী অভিমুখী ব্ৰহ্মপুত্ৰ মেইল ট্ৰেইনখনৰ নতুনকৈ ষ্ট’পেজ আৰম্ভ হৈছে৷ শনিবাৰে সন্ধিয়া ট্ৰেইনখন পাঠশালা ষ্টেচনত প্ৰায় ২ মিনিট সময়ৰ বাবে ৰয়৷ এই উপলক্ষে…