কাজিৰঙাত একে দিনাই দুটাকৈ গঁড়ৰ আক্ৰমণ, দুজন আহত
ইটোৰ পাছত সিটো গঁড় আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। আজি একে দিনাই দুটাকৈ পৃথক গঁড় আক্ৰমণৰ ঘটনাত এজন চাহ বাগিচাৰ শ্ৰমিক আৰু আনজন গৃহৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়।
বাগৰি বনাঞ্চলৰ বাঘমাৰী বন শিবিৰ এলেকাত…