বিজেপিলৈ ভূপেন বৰাক আদৰণি জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
ডিজিটেল ডেস্ক, ২২ ফেব্ৰুৱাৰী : দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পিন্ধিলে গেৰুৱা বসন। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা আজি পুৱা উপস্থিত হয় বাজপেয়ী…