হিন্দু সুৰক্ষা সেনা, অসমৰ নলবাৰী জিলা সমিতি পুনৰ গঠন
অসমৰ অগ্রণী ৰাষ্ট্ৰবাদী ভাবাপন্ন জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা, অসমৰ নলবাৰী অলোকপুৰ গোপাল মন্দিৰৰ প্ৰাঙ্গণত এখন ৰাজহুৱা সভাৰ জৰিয়তে নলবাৰী জিলা সমিতি পুনৰ গঠন কৰা হয়।
নাওধন ডেকাৰ সভাপতিত্বত উক্ত সমিতি খন গঠন কৰা হ’য় সমিতিখনৰ মুখ্য…