বিজয়নগৰত আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তৰ পলায়ন
ডিজিটেল ডেস্ক, ২ ফেব্রুৱাৰী : কামৰূপ জিলাৰ বিজয় নগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছে পশ্চিমবংগৰ শংকৰ গোৱালা নামৰ এজন অভিযুক্তই৷ পলাশবাৰী থানাৰ অধীনত ৰুজু হোৱা ৩১২/২৫ নম্বৰ গোচৰৰ অভিযুক্ত গোৱালাৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ডেৰ…