হাজোৰ পোৱামক্কা দৰগাহত আৰম্ভ পৱিত্ৰ উৰুচ মেলা
তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহৰ পূৰ্ণ উৰুচ মেলা। ফকিৰবাবা, সাধক, ভক্তপ্ৰাণ ৰাইজ, দৰ্শনাৰ্থী আৰু পৰ্যটকৰ ভিৰত উদুলি-মুদুলি হৈ পৰিছে গড়ুৰাচল পাহাৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলে নহয়, ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা জাতি-ধৰ্ম-বৰ্ণ…