নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত ৰাজ আহমেদ
নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁও সদৰ থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে যোৱানিশা গুৱাহাটীৰ পৰা ডকাইতটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা…