নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰস্বতী পূজাৰ দিনাই মহানগৰীত এম্বুলেঞ্চৰ খুন্দাত যুৱতীৰ মৃত্যু, চালকৰ থানাত আত্মসমৰ্পণ 

ডিজিটেল ডেস্ক, ২৪ জানুৱাৰী : সৰস্বতী পূজাৰ আনন্দৰ মাজতে কালি ১০৮ এম্বুলেঞ্চৰ চালকৰ বাবে কাহিলিপাৰাৰ সর্বশিক্ষা কার্যালয়ৰ সন্মুখত সংঘটিত শোকাৱহ দুর্ঘটনাত এগৰাকী যুৱতীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ ঘাতক এম্বুলেঞ্চৰ…

বামুণপুখুৰী চাহ বাগিচাৰ অ’এনজিচিৰ পুৰণি তৈল ক্ষেত্রত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ

উজনি অসমত সক্ৰিয় কুখ্যাত তেল চোৰ চক্ৰ। খাৰুৱা তেলৰ চোৰাং বেহা চলাবলৈ চক্ৰটোৱে লক্ষ্য কৰি লৈছে উজনিৰ চাহ বাগিচা অঞ্চলসমূহৰ অ' এন জি চিয়ে এৰি যোৱা যিকোনো তৈল খাদৰ গোপন স্থানসমূহ । বিশেষকৈ নিগমৰ তৈল পথাৰসমূহত সুৰক্ষা কৰ্মী নথকাৰ সুযোগতে সক্ৰিয়…

সৰস্বতী পূজাত স্কুল বন্ধ দিলে ৭৫১নং সোণাখুলি প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই

সৰস্বতী পূজাৰ দিনটোত বাগদেৱীৰ বন্দনাৰে মুখৰিত হয় ৰাজ্যৰ স্কুল-কলেজ। ইয়াৰ বিপৰীতে  ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ অন্তৰ্গত এখন শিক্ষানুষ্ঠানত দেখা গ'ল এক অন্য দৃশ্য। ৭৫১নং সোণাখুলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত নহ'ল সৰস্বতী পূজা। অভিযোগ…

ইৰানলৈ বিশাল যুদ্ধ জাহাজ-সেনাৰ দল প্রেৰণ আমেৰিকাৰ

🔹 যুদ্ধৰ দামামা বজাই মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে প্রকাশ কৰিলে উদ্বেগজনক তথ্য নিউজ ডেস্ক, ২৪ জানুৱাৰী : ইৰানলৈ বৃহৎ সৈন্য দল আৰু বৃহৎ যুদ্ধ জাহাজ প্রেৰণৰ কথা প্রকাশ কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ স্বাভাৱিকতেই মার্কিন…

কাইলৈৰ ভাৰত–কিৱিৰ টি–২০ৰ বাবে সাজু বর্ষাপাৰা ষ্টেডিয়াম

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তৃতীয় আন্তঃৰাষ্ট্রীয় টি–২০ খেলৰ বাবে সাজু বর্ষাপাৰা এচিএ ষ্টেডিয়াম৷ অসম ক্রিকেট সংস্থাই এক বিবৃতিত সদৰী কৰা মতে, আন্তঃৰাষ্ট্রীয় খেলখনক লৈ…

ক’ভিড নিয়ন্ত্রণত ব্যর্থ বিশ্ব স্বাস্থ্য সংস্থা এৰিলে আমেৰিকাই

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ঘোষণা কৰা হৈছিল পূর্বতেই৷ সেইমর্মে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ৰ পৰা নিজকে আঁতৰাই আনিলে আমেৰিকাই৷ ব্লুমবার্গৰ পৰিসংখ্যা অনুসৰি ‘হু’ক সকলো প্রকাৰৰ অনুদান দিয়াটো বন্ধ কৰি দিছে…

ৰাজনীতিৰ খেল, খেলৰ ৰাজনীতি

খেল খেলেই৷ ৰাজনীতিৰ পৰা বহু দূৰত অৱস্থান খেলৰ৷ জয়–পৰাজয়ৰ মৰণপণ যুঁজৰ খেলত ৰাজনীতিৰ স্থান নাই, বাস্তৱিকতে এয়া জানো সত্য? একেবাৰে নহয়৷ দূৰ অতীতৰ পৰাই খেলৰ লগত অনাকাংক্ষিতভাৱে জড়িত হৈ আহিছে ৰাজনীতি৷ সেয়া লাগিলে অলিম্পিকেই হওক, বিশ্বকাপ ফুটবলেই…

২৪ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ জানুৱাৰী, মাঘ মাহৰ ১০ তাৰিখ শনিবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই মেষ : নানান প্রতিকূল পৰিস্থিতিৰ মাজেৰে দিনটো পাৰ হ’ব৷ কর্মক্ষেত্রত সন্মান প্রাপ্তিৰ যোগ৷ স্বাস্থ্যত নানান অসুবিধা থাকিব৷ নিকটজনৰ লগত…

বিজনীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

চিৰাং জিলাৰ বিজনীত আজি মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন কৰা হয়। উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে সমিতিৰ সভাপতি ছেন্টু চকলাদাৰে। ইয়াৰ পিছত নেতাজীৰ প্ৰতিমূৰ্তি…

ধুবুৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উদযাপন

ধুবুৰীৰ নেতাজী জন্মজয়ন্তী উদযাপন কেন্দ্ৰীয় কমিটীৰ উদ্যোগত আজি চহৰখনৰ পাঁচমোৰস্থিত  নেতাজী উদ্যানত বিভিন্ন কাৰ্যসূচীৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯তম জন্মজয়ন্তী পালন কৰা হ’য়। আজি পুৱা জাতীয় পতাকা উত্তোলন আৰু নেতাজীৰ সম্পূৰ্ণ অৱয়বৰ…