২ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল
আজি ২ জানুৱাৰী, পুহ মাহৰ ১৭ তাৰিখ, শুকুৰবাৰ
মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৫৷
বৃষ : ব্যৱসায়ীসকলে আশা কৰা মতে লাভৱান…