জানুৱাৰীতে শুভাৰম্ভ হাওৰা-গুৱাহাটী বন্দে ভাৰত শ্লীপাৰ সেৱা
চলিত মাহতেই হাওৰা–গুৱাহাটীৰ মাজত চলাচল কৰিব দেশৰ প্রথম বন্দে ভাৰত শ্লীপাৰ ট্রেইন৷ নতুন দুিল্লীত এই কথা প্রকাশ কৰে ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে৷
ৰে’লমন্ত্রীগৰাকীয়ে জনোৱা মতে অহা ১৫–২০ দিনৰ ভিতৰতে এই ৰে’লৰ চলাচল আৰম্ভ হ’ব৷ উদ্বোধন কৰিব…