নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ জানুৱাৰীত গুৱাহাটীত তৃতীয় টি-২০ত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অহা বছৰৰ ২৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’বলগীয়া তৃতীয় টি-২০ আন্তৰ্জাতিক খেলখনৰ টিকট বিক্ৰী অহা ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। সেইদিনা বিয়লি ৪ বজাৰ পৰা BookMyShowৰ জৰিয়তে টিকট…

মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ সৈতে একেলগে মহানগৰ এলেকাত স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থাও উদ্বোধন কৰে গৃহমন্ত্ৰীগৰাকীয়ে। এই স্বয়ংচালিত নগৰ নিৰীক্ষণ…

বৰক্ষেত্ৰীত দুই শতাধিক সংখ্যালঘুৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান 

২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ৷ ঠায়ে ঠায়ে অনুষ্ঠিত হৈ আহিছে যোগদান কাৰ্যসূচী ৷ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘৰুৱাবাহাত ভাৰতীয় জনতা পাৰ্টীৰ এক যোগদান সভাত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে…

অসমত এতিয়া আন্দোলন নহয়, কেৱল বিকাশহে হয় : গৃহমন্ত্ৰী

আজি বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰি বৃহৎ জনসভা সম্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ভাষণৰ আৰম্ভণিতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত বেদখলৰ গ্ৰাসত থকা গুৰুজনাৰ…

অসম গ্ৰন্থমেলাৰ বাকৰিত ‘স্বাস্থ্যৰক্ষাৰ হাতপুথি’ উন্মোচন

ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ : দেওবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত ডাঃ নিতুল বৈশ্য আৰু ডাঃ দুলুমণি কলিতাৰ দ্বিতীয়খন গ্ৰন্থ "স্বাস্থ্যৰক্ষাৰ হাতপুথি" উন্মোচন কৰা হয়। পাঞ্চজন্য প্ৰকাশনৰ…

অসমবাসীৰ বাবে ঐতিহাসিক দিন, শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি

সাহিত্য কৃষ্টিৰ বৰভেটি প্ৰতিষ্ঠাৰে জাতীয় জীৱনক নতুন ৰঙেৰে সজোৱা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজি নতুন প্ৰভাত উদয় হ'ল। আজি মুকলি হ'ল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাব ক্ষেত্ৰ। বটদ্ৰৱা থানৰ…

বৰফাবৃত কাশ্মীৰত অনুপ্রৱেশ ৩০ পাকিস্তানী সন্ত্রাসবাদীৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : কাশ্মীৰ উপত্যকাত বিচৰণ কৰিছে কমেও ৩০জন পাকিস্তানী সন্ত্রাসবাদীয়ে৷ প্রবল শীতৰ সুযোগ লৈ তেওঁলোকে উপত্যকাটোত ধ্বংসলীলা সংঘটিত কৰাৰ পাং পাতিছে৷ চোৰাংচোৱাৰ ফালৰ পৰা এই খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ অপাৰেচন আৰম্ভ কৰিছে…

জন্মদাত্ৰী মাতৃক নৃশংস হত্যা কন্যাৰ! নাগড়াত ব্যাপক চাঞ্চল্য

শ্ৰীভূমি জিলাৰ বাজাৰীছড়া থানাৰ নাগড়া অঞ্চলত এক হৃদয়বিদাৰক ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী কন্যাই দাৰে ঘপিয়াই নিজৰ জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। জনা মতে, প্ৰায় দুবছৰ পূৰ্বে পৰিয়ালৰ পিতৃ ছফিকুৰ…

গৌতম গম্ভীৰৰ ওপৰতে আস্থা বিচিচিআইৰ

এদিন পূর্বে গৌতম গম্ভীৰক ভাৰতীয় টেষ্ট দলৰ প্রশিক্ষক পদৰ পৰা অপসাৰণৰ গুণাগঁথা চলিছিল৷ ইয়াৰ মাজতে চর্চা হৈছিল প্রাক্তন ক্রিকেটাৰ ভিভিএছ লক্ষ্মণৰ নাম৷ কিন্তু শেহতীয়াভাৱে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে বর্তমানৰ প্রশিক্ষক গৌতম গম্ভীৰৰ ওপৰতে…

নলবাৰীত আৰম্ভ প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতা

মাধ্যম আন্দোলন নহলে অসমীয়া ভাষা আমি মাধ্যম হিচাপে নাপালোহৈ বুলি মন্তব্য কৰি কয় নাটক অকল মনোৰঞ্জনৰ মাধ্যম নহয়,নাটকে জাতিক জাগ্ৰত কৰিব পাৰে। এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তিনিদিনীয়া…