নলবাৰীৰ পাইকাৰকুছি-কেন্দুকছি সংযোগী পথত ডকাইতি
নলবাৰী জিলাৰ পাইকাৰকুছি–কেন্দুকছি সংযোগী পথত ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হয়। পিষ্টল দেখুৱাই আদাৰ্চ জৈন নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা ডকাইতৰ দলে ২ লাখ টকাৰো অধিক নগদ ধন কাঢ়ি লৈ যায়।
প্ৰাপ্ত তথ্য অনুসাৰে, দুখন বাইকত আহিছিল ডকাইতৰ ৪জনীয়া দলটো। ফুট…