নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দমকলৰ পৰা ওলাল জুই, তিতাবৰত আতংক

নতুনকৈ স্থাপন কৰা দমকলৰ পৰা জুই ওলোৱাক লৈ আজি তিতাবৰৰ জালুকনিবাৰীৰ ঠেঙালগাঁৱত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ঠেঙালগাঁৱৰ গুণ শইকীয়া নামৰ এঘৰত নতুনকৈ স্থাপন কৰিছিল দমকলটো। আজি দমকলটোৰ পৰা ভয়ংকৰভাৱে জুই নিৰ্গত হোৱাক লৈ অঞ্চলটোৰ আতংকময়…

গৌৰীপুৰৰ অমৰেন্দ্ৰ ৰায়ক ২০২৫ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা

২০২৫ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা বিশিষ্ট সাৰিন্দা বাদক, গৌৰীপুৰৰ শিলাইৰ পাৰৰ বাসিন্দা অমৰেন্দ্ৰ ৰায়ক প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আজি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি বাবু জিতু ৰায় আৰু কাৰ্যকৰী সাধাৰণ সম্পাদক…

লাকুৱা আদৰ্শ চিকিৎসালয়ক প্ৰাৰম্ভিক প্ৰেৰণ কেন্দ্ৰলৈ উন্নীতকৰণ 

প্ৰসূতি শিশু আৰু মাতৃসকলৰ সুবিধাৰ্থে চৰাইদেউ জিলাৰ লাকুৱা আদৰ্শ চিকিৎসালয়ক প্ৰাৰম্ভিক প্ৰেৰণ কেন্দ্ৰ (First Referral Unit)লৈ উন্নীতকৰণ কৰা হয়। এতিয়াৰে পৰা লাকুৱা আদৰ্শ চিকিৎসালয়ত চিজাৰিয়ান চিকিৎসা পদ্ধতিৰে প্ৰসূতিসকলে প্ৰসৱ কৰিব পাৰিব। আজি…

মাধ্যমিক পৰীক্ষা পৰিষদৰ উদ্যোগত গণিত বিষয়ৰ কৰ্মশালা সম্পন্ন

যোৰহাট জিলাৰ পঞ্চাশবছৰীয়া শিক্ষক সংগঠন যোৰহাট জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ গুৰুত্বপূৰ্ণ ভগ্নী সংগঠন মাধ্যমিক পৰীক্ষা পৰিষদে শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। তাৰেই এক অংশ হিচাপে আজিও বৰ্তমান…

দিল্লী মেট্ৰোৰ সম্প্ৰসাৰণ প্ৰকল্পত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

আজি ২৪ ডিচেম্বৰ ২০২৫ তাৰিখে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত দিল্লী মেট্ৰোৰ সম্প্ৰসাৰণ প্ৰকল্পত অনুমোদন জনোৱা হয়। কেন্দ্ৰীয় চৰকাৰে ১২,০১৫ কোটি টকাৰ এই প্ৰকল্পটোক অনুমতি প্ৰদান কৰিছে। চৰকাৰী তথ্য অনুসাৰে, দিল্লী মেট্ৰোৰে দৈনিক প্ৰায় ৬৫ লাখ…

বাংলাদেশত হিন্দু নিৰ্যাতন : বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ বাহাৰ উদ্দিন

বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দি মৈৰাবাৰীত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা যুৱকজন মৈৰাবাৰীৰ হাঁহচৰা গাঁৱৰ বাহাৰ উদ্দিন বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰে পৰা সামাজিক মাধ্যমত উত্তেজনাপূৰ্ণ…

বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ সমৰ্থন : গ্ৰেপ্তাৰ বাবুল হুছেইন

যিসময়ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত আৰম্ভ হোৱা নিৰ্যাতনৰ বিৰূদ্ধে আমাৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ক্ষোভৰ উদগীৰণ ঘটিছে সেই সময়ত ধুবুৰীৰ গৌৰীপুৰৰ এজন যুৱকে সামাজিক মাধ্যমত বাংলাদেশী মৌলবাদী শক্তিক সমৰ্থনত পোষ্ট দি আৰক্ষীৰ জালত পৰা বুলি…

শিলপুখুৰীৰ পৰা ৩১.৩৯ গ্ৰাম ড্ৰাগছসহ এজনক আটক

মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ নিশা মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত চলা অভিযানত মাজ শিলপুখুৰীৰ মঃ হাৰুন ৰচিদৰ ঘৰৰ পৰা ৩১. ৩৯ গ্ৰাম ড্ৰাগছ জব্দ কৰা লগতে ড্ৰাগছ বৱসায়ী হাৰুন ৰচিদক গ্ৰেপ্তাৰ কৰে ৷…

ভাৰতত বাংলাদেশে বন্ধ কৰিলে ভিছা কেন্দ্র

ভাৰতত সাময়িকভাৱে বন্ধ হৈ গ’ল বাংলাদেশৰ তিনিটা ভিছা পৰিসেৱা কেন্দ্র৷ দুয়োখন দেশৰ মাজত শেহতীয়াকৈ আৰম্ভ হোৱা কূটনৈতিক জটিলতাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে ভাৰতে বাংলাদেশত থকা একাধিক ভিছা কেন্দ্র বন্ধ কৰাৰ পিছত এইবাৰ বাংলাদেশেও বন্ধ কৰিলে ভাৰতত থকা…

শ্ৰীভূমিত ৰাইজে আটক কৰিলে সন্দেহজনক বাংলাদেশী লোকক

শ্ৰীভূমি চহৰৰ গাছকালিবাৰী ৰোডত ৰাইজে আটক কৰিলে সন্দেহজনক বাংলাদেশী  লোকক। ৰাইজে কৰায়ত্ত কৰা লোকৰ পৰা উদ্ধাৰ হৈছে বাংলাদেশৰ টকা। স্থানীয় ৰাইজৰ জেৰাৰ অন্তত লোকজনে স্বীকাৰ কৰে যে তেওঁৰ ঘৰ বাংলাদেশত। ধৃত লোকজনৰ নাম কমৰুল ইছলাম। তেওঁৰ ঘৰ…