নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে
অৱশেষত ডিব্রুগড় আৰু নামৰূপবাসীয়ে কেইবাটাও দশক ধৰি অপেক্ষা কৰি থকা সপোনটো আজি দিঠকত পৰিণত হ'ল। দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ অহা প্রধানমন্ত্ৰীয়ে আজি নামৰূপত উপস্থিত হৈ নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এম'নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা…