নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ কবিচক্ৰৰ কাব্যালোচনী ‘সুগন্ধি কণ্ঠ’ উন্মোচন

বিশ্বনাথ চাৰিআলিত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় সুগন্ধি কণ্ঠ নামৰ কাব্যগ্ৰন্থ। বিশ্বনাথ ডায়েট প্ৰেক্ষাগৃহত এক বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত সভাত সুগন্ধি কণ্ঠখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে গুৱাহাটীৰ বিশিষ্ট কবি-সাহিত্যিক  তথা অৱসৰপ্ৰাপ্ত…

মাকুমত শীতৰে সেমেকা ৰাতি গীত-কবিতাৰ উমাল সন্ধিয়া…

প্ৰচণ্ড শীতৰ কুঁৱলীৰ মাজত একুৰা জুইৰ উত্তাপেৰে জীপাল কৰি মাকুমৰ সাংস্কৃতিক ক্ষেত্ৰত প্ৰাণ পাই উঠিছে সূৰ্যোদয়ে। ২১ ডিচেম্বৰৰ সন্ধিয়া শিল্পী মুনমুন বৰাৰ চোতালৰ মুক্ত আকাশৰ তলত শীতৰে সেমেকা ৰাতি অনুষ্ঠানে মুখৰিত কৰি তোলে। শিল্পী-সাহিত্যিক ড°…

শ্ৰীভূমিত দুই কোটি টকা মূল্যৰ য়াবা টেবলেটসহ যুৱক আটক

শ্ৰীভূমিৰ পোৱামাৰা বাইপাছত দুই কোটি টকা মূল্যৰ য়াবা টেবলেটসহ আটক এজন যুৱক। বিএছএছএফ আৰু শ্ৰীভূমি সদৰ থানাৰ আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ৫০ হাজাৰ য়াবা টেবলেট। বিএছএছএফৰ স্পেচিয়েল ইনভেষ্টিগেচন টীম আৰু শ্ৰীভূমি সদৰ থানাৰ…

ডুমডুমাত ইনড’ৰ ষ্টেডিয়াম আৰু বহুমুখী প্ৰেক্ষাগৃহৰ ভূমি পূজন

ডুমডুমাত ক্ৰীড়া আৰু সামাজিক আন্তঃগাঁথনি উন্নয়নৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই যোৱা ২০ ডিচেম্বৰত ডুমডুমা নগৰ খেলপথাৰত অত্যাধুনিক ইনড’ৰ ষ্টেডিয়াম আৰু বহুমুখী প্ৰেক্ষাগৃহ…

বাল্য বিবাহৰ অভিযোগত আঞ্চলিক পঞ্চায়তৰ সদস্য পদ হেৰুৱালে আমিৰ আলীয়ে

বাল্য বিবাহ কৰাৰ অভিযোগত ধুবুৰীৰ এগৰাকী আঞ্চলিক পঞ্চায়ত সদস্যক জিলা আয়ুক্তই সদস্য পদৰ পৰা নিলম্বন কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পঞ্চায়ত শাখাই এক আদেশযোগে ৭৪-পাটামাৰী গাঁও পঞ্চায়তৰ পৰা…

সমাগত বৰদিন, ৰাজ্যৰ চৌদিশে বৰদিনক আদৰাৰ প্ৰস্তুতি

সমাগত বৰদিন। ৰাজ্যৰ চৌদিশে চলিছে বৰদিনক আদৰাৰ ব্যাপক আয়োজন আৰু প্ৰস্তুতি। মাজত মাথোঁ দুটা দিন বাকী। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ভগৱান যীচুৰ জন্মদিন পালন কৰিবলৈ সাজু। বৰদিন উপলক্ষে গাঁৱে-ভূঞেও চলিছে ব্যাপক প্ৰস্তুতি। গাঁৱৰ গিৰ্জাসমূহ সজাই…

মাত্র ১১ দিনতে এছেজ শৃংখলা জয় অষ্ট্রেলিয়াৰ

নিউজ ডেস্ক, ২২ ডিচেম্বৰ : মাত্র ১১ দিনতে ইংৰাজ বধ কৰি এছেজ শৃংখলা নিজৰ দখলত ৰাখিলে অষ্ট্রেলিয়াই৷ এডিলেইডত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টেষ্টতো ঘৰুৱা দল অষ্ট্রেলিয়াই ইংলেণ্ডক ৮২ ৰানত পৰাস্ত কৰে৷ পার্থ আৰু ব্রিজবেন টেষ্টতো বিজয় সাব্যস্ত কৰি…

২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ৰে’লভাৰা, প্রতি কিলোমিটাৰত ভাৰা বাঢ়িব…

ৰে’লযাত্রীসকলৰ বাবে ডাঙৰ খবৰ৷ ভাৰতীয় ৰে’ল বিভাগে বছৰটোৰ এই অন্তিম মুহূর্তত বৃদ্ধি কৰিছে ৰে’লৰ ভাৰা৷ ইতিমধ্যে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে ভাৰাৰ নতুন নিৰিখ৷ জানিব পৰা মতে, অহা ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব দূৰগামী ৰে’লযাত্রাৰ ভাৰা৷…

সম্পাদকীয় : অশান্ত বাংলাদেশ

পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ৷ নির্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছতেই ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাডিক ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰাৰ পিছতেই দেশখন পুনৰ অশান্ত হৈ পৰে৷ এই হত্যাকাণ্ডৰ পিছতেই সম্ভাব্য প্রার্থী, ৰাজনৈতিক নেতা আৰু জুলাইৰ…

২২ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ ডিচেম্বৰ, পুহ মাহৰ ৬ তাৰিখ, সোমবাৰ মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ আর্থিকত মজলীয়া৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষ : কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন…