কোনে শুনিব আইতাৰ কৰুণ কাহিনী…
এগৰাকী ১২০ বছৰীয়া আইতাৰ কৰুণ কাহিনী, জীৱনৰ অন্তিম বেলাত আইতাক লাগে এটা চৰকাৰী আৱাস গৃহ । বিটিচিৰ ওদালগুৰি জিলাৰ পূৰ্বৰ পানেৰী বিধানসভা সমষ্টি তথা নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ৪নং ৰজাগড়ৰ নর্মদা দেৱী নামৰ…