কেইবাখনো ৰে’ল বাতিল ৰে’ল বিভাগৰ, চাওক সবিশেষ
আজি কামপুৰৰ ৰেল দুৰ্ঘটনাৰ পাছতে ৰেল বিভাগে কেইবাখনো ৰেল বাতিল তথা চলাচল বন্ধ ৰাখিছে।
বাতিল কৰা ৰেলসমূহৰ ভিতৰত আছে-- ৰঙিয়া-নিউ তিনিচুকীয়া, গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী-বদৰপুৰ উজনিমুৱা ৰে'ল, নিউ তিনিচুকীয়া-ৰঙিয়া নামনিমুৱা…