আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ মেছিৰ ভাৰত ভ্রমণত খৰচৰ সবিশেষ
অৱশেষত অন্ত পৰিল আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিৰ ভাৰত ভ্রমণ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা মেছিৰ চাৰিদিনীয়া ভ্রমণৰ অন্ত পৰিল সোমবাৰে নিশা৷
কলকাতাৰ পৰা আৰম্ভ হৈছিল যদিও যুৱ ভাৰতীৰ অভিজ্ঞতা বৰ ভাল নাছিল৷ অৱশ্যে হায়দৰাবাদ, মুম্বাই আৰু দিল্লীৰ…