নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক আদৰণি সদৌ অসম ছাত্ৰ সন্থাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে ৰাজ্য চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক…

আৰক্ষীয়ে উৎখাত কৰিলে অবৈধ মাদ্ৰাছা, কিন্তু কিয়?

লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্থানীয় ৰাইজৰ অজ্ঞাতে দুই এজনে চলাই আছিল। নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল জুগুনী বিলত…

জাগীৰোডত জব্দ চোৰাং গৰুভৰ্তি ট্ৰাক

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। আজি পুৱা জাগীৰোডৰ পলাহগুৰিত জব্দ হৈছে চোৰাং গৰুভৰ্তি এখন ট্ৰাক। ৰূপহীৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰি থকা সময়তে এক গোপন তথ্যৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ট্ৰাকখন। ট্ৰাকখনৰ পৰা …

১২ বছৰত গ্রেপ্তাৰ ২১,৪০৭ বাংলাদেশী, ভাৰত–বাংলা সীমান্তৰ ২১% উন্মুক্ত

উন্মুক্ত সীমান্তৰে এতিয়াও অব্যাহত আছে অবৈধ বাংলাদেশীৰ অনুপ্রৱেশ৷ ৪,০৯৬.৭০ কিলোমিটাৰ দৈর্ঘ্যৰ ভাৰত–বাংলাদেশ সীমান্তৰ ২০.৯২ শতাংশ বর্তমানেও উন্মুক্ত হৈয়ে আছে৷ এই ৮৫৬.৭৭৮ কিলোমিটাৰৰ উন্মুক্ত সীমান্তৰে বিগত ১২ বছৰত ২১,৪০৭জন অবৈধ বাংলাদেশীক…

আজি তৃতীয় দিন, ধিঙত অব্যাহত উচ্ছেদ অভিযান

ধিঙত আজিও অব্যাহত আছে উচ্ছেদ অভিযান। আজি তৃতীয় দিন। তৃতীয় দিনাও প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। ৰৌমাৰী বিলত একাংশ বেদখল কাৰীয়ে অবৈধভাৱে নিৰ্মাণ কৰিছিল পুখুৰী। যাৰ ফলত বন্ধ হৈ পৰিছিল বোঁৱতী সুঁতি। সৃষ্টি হৈছিল কৃত্ৰিম…

ঘন কুঁৱলীৰ বাবেই ভয়ানক পথ দুৰ্ঘটনা, হতাহত ৪

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ ৰূপহীমুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত এজন নিহত আৰু তিনিজন গুৰুতৰভাৱে আহত। পুৱা ঘন কুঁৱলীৰ বিপৰীত দিশৰ পৰা আহি থকা HR 39 2359 নম্বৰৰ এখন ডাম্পাৰত খুন্দা মাৰে AS 04 AJ…

দেশত হ্রাসৰ বিপৰীতে পাঁচ বছৰত অসমত বৃদ্ধি ২৭.৪৬ শতাংশ, কেন্দ্রীয় পথ পৰিবহণ মন্ত্রীৰ উদ্বেগজনক তথ্য

দেশত পথ দুর্ঘটনাত মৃত্যুৰ হাৰ তুলনামূলকভাৱে হ্রাস পাইছে যদিও অসমত যোৱা পাঁচ বছৰত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ ৰাজ্যখনত যোৱা পাঁচ বছৰত পথ দুর্ঘটনাত প্রাণ হেৰুৱাইছে ১৫,৩০৬জন লোকে৷ ৰাজ্যসভাত এই উদ্বেগজনক তথ্য দাঙি ধৰিছে কেন্দ্রীয় পথ পৰিবহণ…

সম্পাদকীয় : নিষিদ্ধ ছ’চিয়েল মিডিয়া

সাম্প্রতিক সময়ত ছ’চিয়েল মিডিয়া নিষিদ্ধ হ’লে কি ধৰণৰ এক পৰিৱেশ সৃষ্টি হ’ব কল্পনা কৰকচোন৷ ছ’চিয়েল মিডিয়া, ইণ্টাৰনেট নহ’লে যেন আমাৰ জীৱনেহ অচল৷ বহু সময়ত মনতে ভাবোঁ– মানুহে ছ’চিয়েল মিডিয়াক নিয়ন্ত্রণ কৰিছে নে ছ’চিয়েল মিডিয়াই মানুহক নিয়ন্ত্রণ…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৮ ডিচেম্বৰ)

মেষ ৰাশি আজিৰ দিনটো কৰ্মক্ষেত্ৰৰ দিশে ইতিবাচক হ’ব। কৰ্মচাৰীৰ সহায় পাব আৰু আপোনাৰ নেতৃত্বত মালিক সন্তুষ্ট থাকিব। ঘৰত আহাৰ-পানৰ ক্ষেত্ৰত সাৱধানতা প্ৰয়োজন, জাংক ফুড এৰাই চলক। ভাই-ভনী কোনো কামত আপোনাৰ সহায় বিচাৰিব পাৰে। বিনিয়োগ, বিশেষকৈ…

নিয়োগ বাৰ্তা : অসম কৃষি সঞ্চালকালয়ত ৪৮৯টা খালী পদ

অসম কৃষি সঞ্চালকালয়ত ৪৮৯টা খালী পদ। আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ। অসম কৃষি সঞ্চালকালয়ে ৪ শতাধিক পদত নিযুক্তি দিয়াৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ মুঠ পদৰ সংখ্যা ৪৮৯টা৷ পদৰ নাম উপ–প্রকল্প সঞ্চালকৰ–২২টা পদ৷ দৰমহা…