সাংবাদিক ৰাণা ডেকাক ভাবুকি : পাঠশালা থানাত প্ৰাক্তন ৰাজপত্ৰিত বিষয়া হিতেশ দেৱ শৰ্মা
নিয়মীয়া বাৰ্তা, পাঠশালা, ২৫ নৱেম্বৰ : সাংবাদিকক টেলিফোনযোগে ভাবুকি দিয়া প্ৰাক্তন ৰাজপত্ৰিত বিষয়া হিতেশ দেৱ শৰ্মা আজি উপস্থিত হয় পাঠশালা থানাত৷
উল্লেখ্য যে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ নিকাচিত জে’লৰ বাহিৰত সংঘটিত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত…