ৰঙিয়াত শোকাৱহ পথ দুৰ্ঘটনা, বিলাসী বাহনে মহটিয়াই নিলে স্কুটী আৰোহী পিতৃ-কন্যাক
ডিজিটেল ডেস্ক, ১৭ নৱেম্বৰ : ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে । দ্ৰুতগতিত গৈ থকা গুৱাহাটী অভিমুখী বিলাসী বাহন এখনে স্কুটী আৰোহীক জোৰেৰে খুন্দিয়াই পলাই যায়। দুৰ্ঘটনাটোত…