দেশৰ ৰাজধানীত বোমা বিস্ফোৰণ : দিল্লীসহ চুবুৰীয়া ৰাজ্যত হাইএলাৰ্ট
দিল্লীৰ লালকিল্লাৰ ওচৰত সোমবাৰে ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত এতিয়ালৈকে ৯জনৰ মৃত্যু আৰু বহু লোক আহত হোৱাৰ তথ্য পোৱা গৈছে। আহতসকলক লোক নায়ক জয়প্ৰকাশ (LNGP) হাসপাতালত ভৰ্তি কৰোৱা হৈছে।
বিস্ফোৰণৰ তীব্ৰতাত পৰিসৰৰ বহু গাড়ী জ্বলি যায়…