লংকাৰ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীৰ তাণ্ডৱ
হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত গোঁসাইগাঁও শ্ৰীশ্ৰীশংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত যোৱানিশা বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ ধ্বংস হয়। লামডিং সংৰক্ষিত বনাঞ্চলৰ গাতে অৱস্থিত বিদ্যালয়খনত এইবাৰেই নহয়, বিগত সময়ত ইতিমধ্যে আঠবাৰকৈ বনৰীয়া…