মৈৰাবাৰীৰ মাছৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
মৈৰাবাৰী বজাৰৰ মাছৰ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড
জাবৰৰ দ'মৰ পৰা জুইৰ সূত্ৰপাত হয়
১০খনতকৈ অধিক দোকান জুইত ভস্মীভূত হয়
হোটেল, গেলামাল, পাইকাৰী মাছৰ কাটাৰ লগতে মাছ-মঙহৰ দোকান জুইত জাহ যায়
প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষয়…