বৰলুইতত ইলিচৰ জোৱাৰ, ধুবুৰীত ২৩ চেঃমিঃৰ তলৰ পোৱালি ইলিচৰ অবাধ নিধন
ধুবুৰীৰ বৰলুইতত এতিয়া ইলিচ মাছৰ উজান উঠিছে। সাধাৰণতে বৰলুইতত এই বিধ মাছ পোৱা নাযায় যদিও বিগত কেইবাদিনৰ পৰা ধুবুৰীৰ মাছমৰীয়াসকলৰ জালত যথেষ্ট পৰিমাণে ইলিচ পৰিবলৈ লোৱা দেখা গৈছে।
উল্লেখ্য যে, প্ৰতিবছৰে মাৰ্চ আৰু অক্টোবৰ মাহত ১০/১২ দিনৰ বাবে…