নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ বিজ্ঞানীলৈ অগ্ৰগণ্য আৱিষ্কাৰৰ বাবে পদার্থ বিজ্ঞানৰ ২০২৫ বৰ্ষৰ ন’বেল বঁটা প্ৰদান

ChatGPT said ChatGPT said: ২০২৫ চনৰ পদার্থবিজ্ঞানৰ ন'বেল বঁটা আজি ছুইডেনৰ ষ্টকহোমত অৱস্থিত ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্সে ঘোষণা কৰিছে। এই বছৰ পদার্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে- কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলিৰ জন…

চি আই ডিৰ লকআপত সিদ্ধাৰ্থক লাগে পাৰফিউম !

বিশেষ বাৰ্তা, ৭ অক্টোবৰ : CIDৰ লকআপত সিদ্ধাৰ্থৰ দেহৰ পৰা ওলাইছে গোন্ধ! লকআপত অস্বস্তিত পৰিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। সেয়ে শৰীৰৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে সিদ্ধাৰ্থক লাগে পাৰফিউম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱিত কালত বিলাসী জীৱন…

জুবিন গাৰ্গৰ দুই দেহৰক্ষীক নিলম্বন

ডিজিটেল ডেস্ক, ৭ অক্টোবৰ : নিলম্বন হ'ল জুবিন গাৰ্গৰ দুই PSO। দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক শেহতীয়াকৈ নিলম্বন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত আৰম্ভ হোৱা চি আই ডিৰ তদন্তত দুয়োৰে একাউন্টত ১ কোটিৰো অধিক টকাৰ…

আজিৰে পৰা চাৰিদিনীয়া উজনি অসম ভ্ৰমণ মুখ্যমন্ত্ৰী-ৰ 

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা চাৰিদিনীয়া উজনি অসম ভ্ৰমণ কৰিব।কাৰ্যসূচী অনুযায়ী আজি বিয়লি ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আৰু জোনাইক সামৰি চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণেৰে ডিব্ৰুগড়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত…

যাত্ৰীবাহী মেজিক স্প্ৰে ছটিয়াই ছাত্ৰীক যৌ*ন নিৰ্যাতন চালকৰ, মৰিয়নি-ত চাঞ্চল্য

মৰিয়নিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীক বিদ্যালয়লৈ আহি থকাৰ সময়ত যৌন নিৰ্যাতন চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকে যৌন নিৰ্যাতন চলায় ছাত্ৰীগৰাকীক। মেজিকখনত আন যাত্ৰী নথকাৰ সুযোগ গ্ৰহণ…

বিধায়ক অখিলৰ অভিযোগক ভিত্তিহীন আখ্যা মন্ত্ৰী পীয়ুষ-ৰ

নৰ্থ ইষ্ট ফেষ্টিভেলত ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা ৩০ লাখকৈ ধন আগবঢ়োৱা কথাটো ভিত্তিহীন- এই দাবী কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈক এই প্ৰত্যাহ্বান জনায় জাগীৰোডত। তেওঁ কয়, অখিল গগৈয়ে তথ্যসহ এই কথা ৰাজহুৱা…

জুবিনৰ মৃত্যু ৰহস্য : চিআইডি কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা ছিংগাপুৰস্থিত অসমীয়াসকলৰ এজনে তদন্তত সহযোগ কৰাৰ বাবে আজি চিআইডিৰ ওচৰত হাজিৰ হয়৷ ৰূপকমল কলিতা নামৰ এই প্রবাসী অসমীয়াজনে ইতিমধ্যে আজি আহি…

শ্যামকানুক ইডিৰ জেৰা : মুখ্যমন্ত্রীৰ কঠোৰ স্থিতিৰ পাছতে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটৰ তৎপৰতা

ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ অক্টোবৰ : সংস্কৃতিৰ নামত দালালিৰে মুনাফা লুটাৰ অংকত ক্ষান্ত নাথাকি ব্যাপক বিত্তীয় অনিয়ম–কেলেংকাৰিত লিপ্ত শ্যামকানু মহন্ত আশংকা কৰাৰ দৰেই এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ই ডি)ৰ জেৰাৰ সন্মুখীন হ’ল৷ ইয়াৰ লগে লগে অসমৰ জনমানসত দগাবাজ…

মাত্র ৫ শতাংশ ভাৰতীয় শিক্ষার্থীকহে মার্কিন বিশ্ববিঃত নামভর্তিৰ অনুমতি ট্রাম্পৰ

🔹 ভাৰতীয় শিক্ষার্থীৰ আমেৰিকান ড্রীমছৰ সমাপ্তি ! নিউজ ডেস্ক, ৭ অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ শুল্ক নীতিয়ে ভাৰতক বিমোৰত পেলোৱাৰ পাছত এইবাৰ ট্রাম্পৰ নতুন শিক্ষা নীতিয়েও শ’লঠেকত পেলাব ভাৰতীয় শিক্ষার্থীক৷…

ৰাজ্যজুৰি আৰম্ভ ‘অৰুণোদয় 3.0’ : সামৰি ল’ব ৩৮ লাখৰো অধিক মহিলাক

ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হল 'অৰুণোদয় 3.0'। গুৱাহাটীৰ খানাপাৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰে। অৰুণোদয় 3.0ৰ জৰিয়তে লাখ লাখ মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন। উল্লেখ্য যে প্ৰতিমাহৰ প্ৰথম দিনাই হিতাধিকাৰী মহিলাৰ…